চ’ৰাঘৰ / আমাৰ বিষয়ে

আমাৰ বিষয়ে

পৃথিৱী প্ৰকাশন’ আৰু ফেইচ-বুকৰ ‘ৰামধেনু’ গোটৰ উদ্যোগত অসমীয়া ভাষাত প্ৰকাশিত সমাজ-সংস্কৃতি-সাহিত্য বিষয়ক প্ৰগতিশীল অনলাইন আলোচনী৷ সময়-সমাজৰ নিৰ্মোহ প্ৰতিফলন ঘটাবলৈ আৰু নতুন চিন্তা-সাৰস্বত প্ৰজ্ঞাৰ সযত্ন অনুশীলন কৰিবলৈ আমি সচেষ্ট হৈ ৰ’ম৷ সামাজিক দায়বদ্ধতা আৰু যুক্তিনিষ্ঠতাক সাৰথি কৰি আমি আৰম্ভ কৰিব খোজা এই  নতুন বৌদ্ধিক যাত্ৰাত আপোনাক সহযোগীৰূপে পালে সুখী হ’ম, উৎসাহিত হ’ম৷

মুখ্য সম্পাদকঃ ড° যোগেন্দ্ৰ নাথ

সম্পাদকঃ টুনুজ্যোতি গগৈ

বিষয় সম্পাদকঃ ড° ছবি গগৈ, মলিন মজুমদাৰ, প্ৰাণজ্যোতি নাথ, জুৰি বৰুৱা, অভিজিত কলিতা

উপ সম্পাদকঃ ভাৰ্গৱজ্যোতি বৰা, সীমা ভূঞা, গীতালি বৰপাত্ৰগোহাঁই,প্ৰতীক্ষা বৰা, হেমাংগ বৰা, হিমাক্ষী বৰা, নিপজ্যোতি ডেকা, অনামিকা বৰা 

অলংকৰণঃ  নাং চন্দ্ৰামিকা বৰা, প্ৰিয়ম পল্লী কাশ্যপ, ৰংচঙী দিখম, প্ৰাণজ্যোতি নাথ

কাৰিকৰী উপদেষ্টাঃ  দীপাংকৰ চেতিয়া, মাইন উদ্দিন, তপনচন্দ্ৰ তালুকদাৰ, অক্লান্ত ৰাজকোঁৱৰ

অতিথি সম্পাদকসকল (২০১৬-২০১৭)

নৱেম্বৰ সংখ্যাঃ ড° ছবি গগৈ

ডিচেম্বৰ সংখ্যাঃ  প্ৰাঞ্জল দেউৰী

জানুৱাৰি সংখ্যাঃ  গীতালি বৰপাত্ৰ গোহাঁই

ফেব্ৰুৱাৰি সংখ্যাঃ  পঞ্চানন হাজৰিকা

মাৰ্চ সংখ্যাঃ  পূজা নিৰালা

এপ্ৰিল সংখ্যাঃ হেমাংগ বৰা, প্ৰতীক্ষা প্ৰিয়ম

মে’ সংখ্যাঃ মাধুৰ্য্য বৰুৱা

জুন সংখ্যাঃ প্ৰাণজ্যোতি নাথ

জুলাই সংখ্যাঃ নাং চন্দ্ৰামিকা বৰা

আগষ্ট সংখ্যাঃ অংশুমান শৰ্মা