চ’ৰাঘৰ / টেগ আৰ্কাইভ

টেগ আৰ্কাইভ

দগ্ধ চৰিত্ৰ ( প্ৰতীক্ষা প্ৰিয়ম )

পুৱাবোৰ মাথোঁ বৰগীত নাইবা লোকগীতেৰেই আৰম্ভ কৰিব লাগে বুলি কিবা ধৰা বন্ধা নিয়ম আছে জানো? নাই নহয়, জুবিন গাৰ্গৰ পুৰণি গীত এটাৰেওতো দিনটো আৰম্ভ কৰিব পাৰি। যোৱা কিছুদিন ধৰি আমাৰ চুবুৰীয়া কেইঘৰেও তাকেই কৰি আহিছে। …

সম্পূৰ্ণকৈ পঢ়ক

মকৰা, শামুকৰ গল্প ( অভিজিত শৰ্মা বৰুৱা )

ৰাতি এঘাৰমান বজাত ভাত খাবলৈ বহিছোঁ। পকেটত ম’বাইল ফোনটো আছেই। ভাত খাই থাকোঁতেই ওপৰা-উপৰিকৈ চাৰিটামান এছ এম এছ অহাৰ এলাৰ্ট পালোঁ। মেছেজ আহিলেই যেনিবা, সেইবুলি মই ভাত খোৱা এৰি সেইবোৰ চাই থাকিমনে? মই মেছেজলৈ ভ্ৰূক্ষেপ …

সম্পূৰ্ণকৈ পঢ়ক

প্ৰক্সি ( সমুদ্ৰ কাজল শইকীয়া )

ফটোচেচন শেষ হ’ল কি নহ’ল, অনুৰূপ আৰু দিবাকৰ কোবাকুবিকৈ গে’টখনৰ ফালে আগবাঢ়িল। ৰছিদে খিৰিকিৰে মাত দিলে- “কাহা জা ৰহে হ’?” “বহুত হ’ গয়া। বহুত হ’ল আৰু। আৰু ভিতৰতে সোমাই থাকিব নোৱাৰি।” “আৰে, কাপোৰতো সলনি কৰি …

সম্পূৰ্ণকৈ পঢ়ক

সত্তৰ আশী ভৱিষ্যৎ ইত্যাদি (দেৱব্ৰত দাস)

ৰৈ ৰৈ ৰাস্তাৰে গধুৰ বুটৰ শব্দ গেৰেপ গেৰেপকৈ পাৰ হৈ যায়। নহ’লে ৰাস্তাটো নিজম-নিজান। চহৰত এতিয়া কাৰ্ফিউ। পৰহি ৰাতিৰ ভীষণ গণ্ডগোলটোৰ পাছৰেপৰা অথৰিটিৰ নিৰ্দেশমতে চহৰত এতিয়া চি আৰ পি আৰ্মিৰ শাসন। নাগৰিকৰ দৈনন্দিন কাৰ্যসূচী বিপন্ন। …

সম্পূৰ্ণকৈ পঢ়ক