চ’ৰাঘৰ / টেগ আৰ্কাইভ

টেগ আৰ্কাইভ

কোনে জানে? ৰজাই জানে ( জীৱন নৰহ )

বহুদূৰ গৈ গৈ আমি কেঁকুৰি এটা পালোঁ। কেঁকুৰিৰ ভাজত আমি উশাহ সলালোঁ। আকৌ এটা কেঁকুৰি পালোঁ। আৰু খৰখোজ দিলোঁ। গছৰ আগত বেলি বহিব। আমি গৈ পোৱাৰ আগতে। সিখন গাঁৱৰ আতংক গছকি বিষণ্ণতাৰে মানুহবোৰ উভতি আহিছে। …

সম্পূৰ্ণকৈ পঢ়ক

ঈশ্বৰ তেজীমলা হ’ল ( প্ৰশান্ত কুমাৰ বৰুৱা )

বনজুই  যেন অচিনাকী হেঁপাহৰ ৰঙে বৰকৈ পুৰিছে মোক হিমকণাই কিনকিনাই যায় বৰষুণৰ দৰে ধপধপাই উৰি যায় ভয়তে বৰবাদুলীৰ জাক কুঁৱলী সনা ৰোমান্টিক সপোন এটাই পদূলিত অগা-দেৱা কৰিছিলহিহে মাথোঁ বাঢ়ি আহে বনজুই মাজতেই ক’ৰ জানো এজাক …

সম্পূৰ্ণকৈ পঢ়ক

পাবলো নেৰুদাৰ কবিতা (অনুবাদ: অৱনী বুঢ়াগোহাঁই)

যদিহে তুমি মোক পাহৰি যোৱা এটা কথা মই তুমি জনাটো বিচাৰোঁ। কথাটো হ’ল … … মই যদিহে চাওঁ স্ফটিকৰ জোনটোলৈ, ৰঙা ডালবোৰলৈ, খিৰিকীত ধীৰ গতিৰে অহা হেমন্তলৈ, জুইৰ কাষত পৰি ৰোৱা অনুভৱহীন বগা ছাঁইবোৰলৈ, শুকান …

সম্পূৰ্ণকৈ পঢ়ক