চ’ৰাঘৰ / টেগ আৰ্কাইভ

টেগ আৰ্কাইভ

কৌস্তুভমণি শইকীয়াৰ কবিতা

চৈধ্য আগষ্টত মোৰ হিয়া ভাগে পোন্ধৰ আগষ্ট মোৰ আটাইতকৈ বিষণ্ণ দিন আঠষষ্ঠি বছৰে মই বহন কৰিছোঁ এই কলুষিত সোঁৱৰণি সিন্ধু গংগা লুইতৰ পাৰে পাৰে পৰুৱাই পোৱা অভিশপ্ত গতি পহিলাতে স্বাধীনতাৰ পাশাখেলত আয়ে হেৰুৱালে আত্মা ধৰ্ম …

সম্পূৰ্ণকৈ পঢ়ক

কোনে জানে? ৰজাই জানে ( জীৱন নৰহ )

বহুদূৰ গৈ গৈ আমি কেঁকুৰি এটা পালোঁ। কেঁকুৰিৰ ভাজত আমি উশাহ সলালোঁ। আকৌ এটা কেঁকুৰি পালোঁ। আৰু খৰখোজ দিলোঁ। গছৰ আগত বেলি বহিব। আমি গৈ পোৱাৰ আগতে। সিখন গাঁৱৰ আতংক গছকি বিষণ্ণতাৰে মানুহবোৰ উভতি আহিছে। …

সম্পূৰ্ণকৈ পঢ়ক

ছৈ দিয়া শব্দ ( ডঃ ছবি গগৈ )

সিপাৰৰ বেলি এইপাৰ পালেই ক’লা শূন্যতাবোৰ নীলা হৈ পৰে কোনে মনত ৰাখে তেতিয়া আকাশ যে নহয় নীলা সীমাহীন অন্ধকাৰ আৰু শূন্য আকাশত বেলিয়েই অনুৰাগ পোহৰেই প্ৰেম নীলা নীলা মৰীচিকা আৰু এজাক তৰাৰ ভেম সৰুমাই আহ …

সম্পূৰ্ণকৈ পঢ়ক

কলমৰ গান (ৰুদ্ৰসিংহ মটক )

(উৎসৰ্গ : ড হীৰেন গোহাঁই ছাৰৰ হাতত শ্ৰদ্ধাৰে) বন্ধু , এয়া চোৱা মোৰ কলমেৰে কিদৰে নিগৰিছে হৃৎপিণ্ডৰ সেউজীয়া শ্বাস টগবগ্ ধাতৱ শব্দবোৰ জানো মই, কলম তৰোৱালতকৈ হেজাৰগুণে শক্তিশালী ই যে সভ্যতাৰ বিজুলীবুলীয়া চকু কলা আৰু …

সম্পূৰ্ণকৈ পঢ়ক

নগ্নতা বিষয়ক ( বিকাশজ্যোতি শইকীয়া )

হে নগ্নতা, মেলি দিয়া তোমাৰ পোহৰৰ খিৰিকী চাওঁ জুমি সেই শেষ দুৱাৰৰ ফাকেদি ভাস্কৰ্যৰ নিটোল চয়ন পঢ়ো সেই মাজনিশাৰ জোনৰ পোহৰত জিলিকা কবিতা সলনি হোৱা নগ্নতা, সলনি কৰা পৃথিৱী কি নগ্ন নহয় কৈ দিয়া আকাশক, …

সম্পূৰ্ণকৈ পঢ়ক

স্মৃতি (নিপজ্যোতি ডেকা)

স্মৃতিবোৰো যেন পখিলাৰ পাখি ডেও দি দি আহে উৰি পাখিত লৈ আহে তেওঁৰ মোৰ বহুত গধূলি।

সম্পূৰ্ণকৈ পঢ়ক

জীৱনৰ পাঁচটি স্তৱক (গিৰীশ্চন্দ্ৰ ভট্টাচাৰ্য্য)

এক মোৰ বেলিৰ নূৰ মই য’ত ৰাখিছোঁ তুমি কেনেকৈ পাবা তোমাৰ হাতত গলিত বাষ্প ইন্ধন হৈ জ্বলে মাথোঁ আজিৰ দিনৰ দিনপঞ্জী…৷ দুই মোৰ জিকাফুলীয়া নীৰৱতাখিনি তুমি খেপিয়াই চোৱা এন্ধাৰৰ জুইশলা কিমান আলফুলে সংগোপনে থাকে হেঁপাহৰ …

সম্পূৰ্ণকৈ পঢ়ক

ঘামৰ কবিতা (তিলক ৰয়)

ঘামৰ কেচেমা গোন্ধেৰে উৰ্বৰ ৰৌদ্ৰোজ্জ্বল আমাৰ দেহত ইতিহাসৰ প্ৰতিটো অধ্যায়ত চমতাৰ সজীৱ চাব! প্ৰতিবাৰ বাৰিষাৰ বানে ধৰ্ষণ কৰা পথাৰখনত যোৱাবাৰ বণিকে পাতিলে বেহা, পথাৰৰ পৰা পদূলিলৈ বন্ধকীৰ দৰদাম! ইতিহাস আৰু বৰ্তমানক উফৰাই দিব পৰাকৈ আমাৰ …

সম্পূৰ্ণকৈ পঢ়ক