চ’ৰাঘৰ / টেগ আৰ্কাইভ

টেগ আৰ্কাইভ

অসমীয়া গানত অশ্লীলতা ( পুণ্য শইকীয়া )

এই শিৰোনামেৰে মই যোৱা দুবছৰমানৰ ভিতৰত একাধিক প্ৰবন্ধ লিখিলোঁ। কিন্তু কিছু সংখ্যক পাঠকৰ পৰা টেলিফোনযোগে ইতিবাচক সঁহাৰি পোৱাৰ বাহিৰে কামৰ কাম বুলিবলৈ একো নহ’ল। বৰং যোৱা দুটা বছৰৰ ভিতৰত যৌনতাসৰ্বস্ব গানে অসমীয়া গানৰ জগতখনক অধিক …

সম্পূৰ্ণকৈ পঢ়ক

বিক্ষিপ্ত সময়ৰ চিন্তা (পঞ্চানন হাজৰিকা)

সময়বোৰ ভাল নহয়, সময়বোৰ হতাশাজনক বুলি আমি বিভিন্ন মাধ্যমত কৈ আছোঁ৷ আমি এই কথাও কৈ আছোঁ যে আমি কিছুমান ঐতিহাসিক ভুলৰ চিকাৰ হৈছোঁ৷ কিন্তু বাৰম্বাৰ আমি সেই ভুলবোৰৰে পুনৰাবৃত্তি কৰিছোঁ– কেতিয়াবা জানি-বুজি আৰু কেতিয়াবা নজনাকৈ৷ …

সম্পূৰ্ণকৈ পঢ়ক

অসমীয়া ভাষা-সাহিত্যৰ ইটো-সিটো (এক) (ড° ছবি গগৈ)

চন্দ্ৰবিন্দুৰ ব্যৱহাৰ সম্পৰ্কে থকা খেলি মেলি দূৰ কৰিবলৈ হ’লে তাৰ অন্তৰালত থকা কথা দুটামান জানিবই লাগিব । অতি চমুকৈ মনত ৰাখিবলগীয়া কথা কেইটা হ’ল ….. ১. চন্দ্ৰবিন্দু হ’ল এটা অনুনাসিক ধ্বনি অৰ্থাৎ আধা নাকেৰে উচ্চাৰিত …

সম্পূৰ্ণকৈ পঢ়ক

স্বাধীন অসমঃ সপোন আৰু বাস্তৱ (টুনুজ্যোতি গগৈ)

বৃহত্তৰ নাগালিমৰ দাবীদাৰ এনএছচিএন(আই এম) আৰু ভাৰত চৰকাৰৰ মাজত চলি থকা শান্তি আলোচনাই এক নতুন গতি লাভ কৰাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছ৷ প্ৰাপ্ত খবৰ মতে, নগালেণ্ডে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ মাজত থাকিয়েই সুকীয়া পতাকা আৰু …

সম্পূৰ্ণকৈ পঢ়ক