চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

লাচিত ফুকন৷৷ দেৱকান্ত বৰুৱা৷৷

লাচিত ফুকন ! লাচিত ফুকন! মোৰ স্বদেশৰ বীৰ! দেশৰ কাৰণে তাহানি এদিন যাচিলা নিজৰ শিৰ। দেশৰ কাৰণে, মুক্তিৰ হকে, অন্যায় ৰোধি বীৰ! নৰ-শোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰীৰ। দেশৰ কাৰণে শুনিলা এদিন মৃত্যুৰ আবাহন, জাতিৰ বুকুত জগাই তুলিলা, দুৰ্ম্মদ যৌৱন। পছোৱা বিনাই যায়, তাৰ আঁৰে আঁৰে কৰুণ সুৰেৰে কোনে যেন কয় …

অধিক চাওক

আকৌ শৰাইঘাট৷৷ টুনুজ্যোতি গগৈ৷৷

(এই লেখাটো ২০১৬ চনৰ ২৪ নৱেম্বৰত মুদ্ৰণ মাধ্যমত প্ৰথম প্ৰকাশিত)  অহা ২৪ তাৰিখে লাচিত দিৱস৷ এটা অগ্ৰণী সামাজিক সংগঠনে লাচিত দিৱসৰ আয়োজন কৰিছে আৰু সেই উপলক্ষে প্ৰকাশিতব্য স্মৃতিগ্ৰন্থখনৰ পৰা মোৰ পৰা এটা প্ৰবন্ধ বিচাৰিছে৷ সম্পাদকে মোৰ বাবে নিৰ্দিষ্ট কৰি দিয়া বিষয়টো এনেকুৱা– সাম্প্ৰতিক সময়ত লাচিত বৰফুকনৰ প্ৰাসংগিকতা আৰু হীৰেন গোহাঁইৰ ভূমিকা৷ বৰফুকন আৰু গোহাঁইৰ বিষয়ে অসমবাসীক নতুনকৈ পৰিচয় …

অধিক চাওক

লাচিত বৰফুকন ‘মুছলমান খেদা’ বীৰ? ( টুনুজ্যোতি গগৈ)

আজি সমগ্ৰ অসম জুৰি ‘লাচিত দিৱস’ অনুষ্ঠিত হ’ব, লাচিতৰ জীৱন আদৰ্শ, বীৰত্ব আদিক লৈ গুণানুকীৰ্তন কৰা হ’ব৷ অসমৰ সৰ্বসাধাৰণ বুৰঞ্জীবিমুখ হৈ পৰাৰ মুহূৰ্তত জাতিৰ এজন বৰেণ্য বীৰক স্মৰণ কৰাটো নিশ্চয় এক শুভ লক্ষণ৷ এনে শুভ প্ৰচেষ্টাই অসমৰ জাতীয় জীৱনক উদ্দীপিত কৰাৰ স্থল আছে৷ ইমানলৈকে সকলো ঠিকেই আছিল যদিও এটা বিশেষ …

অধিক চাওক