চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

যৌন অপৰাধ,যৌন স্বাধীনতা আৰু লাভ মেকিং৷৷ নিৰ্মালী সন্দিকৈ৷৷

মানুহ কিমানলৈ নামি গৈছে,তাৰ প্ৰসংগ এতিয়া থাকক৷ জন্তুৰ সমাজতো অপ্ৰাকৃতিক যৌন অপৰাধ নঘটে, কিন্তু মানুহৰ সমাজত ঘটে৷ মানুহেই একমাত্ৰ জীৱ বোধকৰো, যি অপ্ৰাকৃতিক যৌন সম্পৰ্ক কৰে, বিচাৰে আৰু তাতেই বিকৃত তৃপ্তি পায়৷ মানুহৰ যৌন অপৰাধক জান্তৱ বা পাশবিক বোলাতো জন্তুৰহে অপমান৷ মই ব্লু ফিল্মৰ মুখামুখি হৈছিলো বাইশ বছৰ বয়সত৷তাৰ আগলৈকে …

অধিক চাওক