বৰপেটা সত্ৰত মহিলাৰ প্ৰৱেশৰ অধিকাৰ – এই বিষয়টো সময়ে সময়ে চৰ্চা হৈ আহিছে। শেহতীয়াকৈ এক ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ ভিত্তিত বিষয়টো আইনৰদ্বাৰা হস্তক্ষেপৰ কৰাৰ প্ৰয়াসো আৰম্ভ হৈছে।চ’ছিয়েল মি়ডিয়াতো বিষটোৰ সন্দৰ্ভত সুস্থ বিতৰ্ক হোৱাটো শুভ লক্ষণ। সমাজ এখন পুৰুষ আৰু মহিলা উভয়ৰে সমষ্টি, গতিকে পুৰুষ আৰু মহিলাৰ সমান অধিকাৰ নাথাকিলে সমাজ …
অধিক চাওক