চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

বিৰিয়া ৷৷ দাদুল দেৱকৃষ্ণ বৰুৱা৷৷

ধোঁৱা খাই খাই ক’লা পৰিছিল কলিজা এলান্ধু-ওৰণি আঁতৰাই পিতায়ে তুলি লৈছিল কান্ধত প্ৰতিপদৰ জোন সুখবোৰ এটা এটাকৈ গোটাওতে জিলিকিছিল — ৰ’দঘাই হাত সুখবোৰ ভাৰে ভাৰে কঢ়িয়াওঁতে উথলি উঠিছিল — বুকু খামিডাঠ পথাৰৰপৰা চোতাল চোতালৰপৰা ভঁৰাল ইটোৰ পিছত সিটো সোণসেৰীয়া গান গানময় হৈ উঠে দিন-মাহ-বছৰ কোনোবা বাৰিষা মথাউৰি ভাগি সেউজীয়া উছন …

অধিক চাওক