চ’ৰাঘৰ / টেগ আৰ্কাইভ

টেগ আৰ্কাইভ

অসমৰ জনজাতি সমস্যাঃ ৰাভাৰ দৃষ্টিভংগী ( পৰমানন্দ মজুমদাৰ )

(এক) এটা সাৰগৰ্ভ উক্তিৰে আমাৰ আলোচনাৰ পাতনি মেলিব খুজিছো । ‘জনজাতীয় সংস্কৃতিত শিৱ’ শীৰ্ষক সৈনিক শিল্পী বিষ্ণুৰাভাৰ এটি চিন্তাশীল নিবন্ধত উল্লেখ কৰা হৈছেঃ ‘এটা জাতিৰ লগত আন এটা জাতিৰ সমন্বয় হ’বলৈ হ’লে পৰস্পৰৰ ভিতৰত উভয়ৰ …

সম্পূৰ্ণকৈ পঢ়ক

ভূপেন হাজৰিকাৰ জীৱনাকাশৰ ইন্দ্ৰধনু বিষ্ণু ৰাভাজন ( বিদ্যুৎ কুমাৰ ভূঞা )

(এক) একোজন মানুহৰ জীৱনত পৰা বিভিন্ন প্ৰভাৱেই সেই মানুহজনৰ সৃষ্টিকৰ্তা। সেই প্ৰভাৱ মানুহজনৰ শৈশৱ, কৈশোৰ, যৌৱন আদি জীৱনৰ বিভিন্ন স্তৰত লাভ কৰা পৰিৱেশ, ব্যক্তি- সান্নিধ্য, ঘটনা-পৰিক্ৰমা আদিৰ ওপৰত নিৰ্ভৰশীল। এটি গছপুলি ডাঙৰ-দীঘল হ’বলৈ প্ৰয়োজন হোৱা …

সম্পূৰ্ণকৈ পঢ়ক

অসমীয়া-সমনীয়াৰ পৰা বনুৱা-সমনীয়ালৈ বিষ্ণু ৰাভাৰ বৰ্ণিল যাত্ৰা ( বৰ্ণালী বৰুৱা দাস )

“ৰাভাই নো কি সংস্কৃতি কৰিছিল হে? সংস্কৃতি আৰু কিছুমান অসমীয়া শব্দৰ উৎপত্তি সম্পৰ্কে ৰাভাই অদ্ভূত ব্যাখ্যা দাঙি ধৰিছিল মাথোঁ– তেওঁ য’তে ৰাতি ত’তে কাটি হোৱা মানুহ হে, আমাৰ পিছে ঘৰ বাৰী আছে বাবেই ৰাভাৰ দৰে …

সম্পূৰ্ণকৈ পঢ়ক

বিষ্ণু ৰাভাৰ সান্নিধ্যত ( ভূপেন হাজৰিকা )

( সদৌ অসম ছাত্ৰ সন্থাৰদ্বাৰা আয়োজিত কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসত মুখ্য অতিথি ৰূপে উপস্থিত থাকি দিয়া ভাষণ৷ ওদালগুৰি, ১৯৮৮ চন) বিষ্ণু ৰাভাদেউৰ কথা কৈ থাকিলে শেষ নহয়। তেওঁ অতি আধুনিক মানুহ আছিল। অতি সুন্দৰ বিশ্বপ্ৰেমিক আছিল। …

সম্পূৰ্ণকৈ পঢ়ক

সংস্কৃতিৰ সাধক বিষ্ণুপ্ৰসাদ ৰাভা ( অম্লানিকা কলিতা)

‘সুন্দৰ’ৰ পূজাৰী বিষ্ণু প্ৰসাদ ৰাভাই সপোন দেখিছিল এখন শ্ৰেণীহীন সমাজ গঢ়াৰ৷ সেই সপোন বাস্তৱায়িত কৰিবলৈ তেওঁ কেতিয়াবা হৈ পৰিছিল গীতিকাৰ, কেতিয়াবা সুৰকাৰ, কেতিয়াবা নৃত্য শিল্পী আৰু কেতিয়াবা বিপ্লৱী-নেতা। তেওঁ মনে প্ৰাণে ভাল পাইছিল অসমৰ সংস্কৃতিক, …

সম্পূৰ্ণকৈ পঢ়ক

ভোলানাথ বিষ্ণুপ্ৰসাদ ৰাভা ( ফণী শৰ্মা )

গুৱাহাটীৰ উজান বজাৰত এদিন মোৰ সোদৰপ্ৰতীম বিষ্ণুপ্ৰসাদ ৰাভাক লগ পালো। ‘ক’ত আছে’ বুলি সোধাত খলিল বজাৰত থকা বুলি ক’লে । কলেজ এৰাৰ কথা সোধাত, বিপ্লৱী দলত আছো বুলি আৰু কলেজৰ অধ্যক্ষই সন্দেহ কৰি আন কলেজলৈ …

সম্পূৰ্ণকৈ পঢ়ক