চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

নৱাকাশৰ ছবি

যোৱা বিশ বছৰ ধৰি ভাৰতৰ উপৰি বিদেশৰ বিভিন্ন ঠাইৰ চিত্ৰ প্ৰদৰ্শনীত নিজৰ সৃষ্টিকৰ্ম প্ৰদৰ্শনেৰে ভূয়সী প্ৰশংসা বুটিলবলৈ সক্ষম হোৱা চিত্ৰশিল্পী নৱাকাশ এজন কবিও। পশ্চিম বংগৰ বিশ্ব ভাৰতী বিশ্ববিদ‍্যালয়ৰ পৰা সুকুমাৰ কলা বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা শিল্পী জনৰ ‘আত্মগমন’ নামেৰে এখন কবিতা পুথিও প্ৰকাশ পাইছে।

অধিক চাওক