চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

আমাৰ অসম : সপোন, বাস্তৱ আৰু সংগ্ৰাম৷৷ পাঠকৰ মতামত৷৷

উদীয়মান লেখক ভৱেশ নাথৰ মন্তব্য : এইটো অনস্বীকাৰ্য যে অসম আৰু অসমীয়া জাতি বৰ্তমান সংকটৰ গৰাহত। পৰিচিতি সত্তাৰ ৰাজনীতি, গোষ্ঠীগত চেতনা, উগ্ৰ জাতীয়তাবাদ, বৰ্ণ হিন্দুৰ জাত্যভিমান আদি বিভিন্ন কাৰকে পূৰ্বৰে পৰাই বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াক আঘাত কৰি আহিছে। অসমত বসবাস কৰা বড়ো, ৰাভা, কছাৰী, তিৱা, কাৰ্বি, চাহ-জনগোষ্ঠী, মৰাণ, মটক, …

অধিক চাওক

অৰ্পিতাৰ অনন্য অধ্যায় : জীৱনৰ এখন গৱেষণা পত্ৰ৷৷ টুনুজ্যোতি গগৈ৷৷

অসমীয়া উপন্যাসৰ ইতিহাসে ঊনবিংশ শতিকাৰ শেষ দশকৰ পৰা সাম্প্ৰতিক সময়লৈকে এক শতাব্দীকাল সামৰি ল’লেও আদি পৰ্বৰ উপন্যাসসমূহত সেই সময়ৰ নাৰীমনৰ সঠিক আৰু বিতং খবৰ তেনেকৈ পোৱা হোৱা নাছিল৷ পদ্মনাথ গোহাঞিবৰুৱা, ৰজনীকান্ত বৰদলৈ আদি ঔপন্যাসিকসকলে অসমৰ বুৰঞ্জী প্ৰসিদ্ধ চৰিত্ৰসমূহক লৈহে উপন্যাস ৰচনা কৰিছিল বাবে স্বাভাৱিকতে আধুনিক নাৰীমন উপেক্ষিত হ’বলগীয়া হৈছিল৷ স্নেহলতা …

অধিক চাওক

আমাৰ অসম : সপোন, বাস্তৱ আৰু সংগ্ৰাম

“সচেতন, দূৰদৰ্শী আৰু যুক্তিবাদী ব্যক্তিয়ে এজন আপেক্ষিকভাৱে বয়োকনিষ্ঠ ব্যক্তিক হঠাতে “জাতীয় নায়ক”ৰ দৰে বিৰল খিতাপ প্ৰদান নকৰে৷…যুক্তিতকৈ আৱেগেৰে পৰিচালিত হোৱা অসমৰ মানুহৰ কথা সুকীয়া৷এজন ব্যক্তিৰ জীৱনজোৰা কাম-কাজ,ত্যাগ-আদৰ্শৰ মূল্যায়নলৈ অপেক্ষা নকৰি বৰ খৰখেদাকৈ তেওঁক বিভিন্ন উপাধি -সন্মানেৰে উপচাই দিব পাৰে ৷” (পৃষ্ঠা ৯০) যুক্তিতকৈ আৱেগক প্ৰাধান্য দিয়া জাতিটোৰ এনেবোৰ ভুল পুনৰাবৃত্তি …

অধিক চাওক

প্ৰসংগ : ভীমবৰ দেউৰী৷৷ টুনুজ্যোতি গগৈ৷৷

যোৱা ৩০ অক্টোবৰত ‘আমাৰ অসম’ত প্ৰকাশিত ময়ূৰ বৰাৰ ‘সাহিত্যৰ গজদন্ত মিনাৰৰ পৰা পেংলাইসূচক পকা-মিঠৈ নিক্ষেপ : ড০ নিৰোদ কুমাৰ বৰুৱা সমীপেষু’ লেখাটো পঢ়ি আমিও কিছু কথা ক’বলৈ আগ্ৰহ অনুভৱ কৰিছোঁ। অসমৰ ৰাজনৈতিক ইতিহাসত ভীমবৰ দেউৰীৰ দৰে এগৰাকী প্ৰতিভাবান, বিচক্ষণ, দূৰদৰ্শী আৰু অসমপ্ৰেমী ব্যক্তি বেদনাদায়কভাবে উপেক্ষিত হৈ আহিছে বুলি ব্যক্তিগতভাৱে অনুভৱ …

অধিক চাওক

সংকটৰ গ্ৰাসত কৃষিখণ্ড : ঐক্যবদ্ধ সংগ্ৰামৰ বিকল্প নাই৷৷ টুনুজ্যোতি গগৈ৷৷

কৃষকৰ স্বাৰ্থ ৰক্ষাৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ চৰকাৰসমূহে আদৰি লোৱা নব্য উদাৰবাদী নীতিবোৰ ত্যাগ কৰি বিকল্প অৰ্থনৈতিক পথৰ সন্ধান কৰিব লাগিব। এই বিকল্প অৰ্থনৈতিক পথৰ সন্ধানেহে কৃষকসকলক সঠিক নিৰাপত্তা প্ৰদান কৰিব পাৰিব। বৰ্তমান সমবায় কৃষি ব্যৱস্থায়ো কৃষক আৰু কৃষিখণ্ডক সংকটৰ গ্ৰাসৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব বুলি ভাবিব নোৱাৰি।

অধিক চাওক

গুৱাহাটী : অতীত আৰু বৰ্তমান৷৷ টুনুজ্যোতি গগৈ৷৷

৷৷ প্ৰাগ্ ঐতিহাসিক কালৰ গুৱাহাটী : পুৰাকথা বনাম বস্তুনিষ্ঠ ইতিহাস৷৷ বিভিন্ন কিম্বদন্তীৰ মতে, গুৱাহাটী কেইবাখনো পৌৰাণিক ৰাজ্যৰ ৰাজধানী আছিল। এচাম দেশী-বিদেশী পণ্ডিত-গৱেষকে ক’ব খোজে যে দ্বাপৰ যুগত গুৱাহাটী নৰকাসুৰ আৰু ভগদত্তই শাসন কৰা প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানী আছিল। তেওঁলোকে মহানগৰখনৰ প্ৰাচীন নাম প্ৰাগজ্যোতিষপুৰ, কামৰূপ, দুৰ্জয় নগৰ, শ্ৰী দুৰ্জয় নগৰ আছিল বুলি …

অধিক চাওক

ধৰ্মীয় চেতনা আৰু শিক্ষা পদ্ধতি৷৷ টুনুজ্যোতি গগৈ৷৷

– মুক্তি তনিচপ’ সজিতো সেহি ভকতক নমু ৰসময় মাগুহু ভকতি … মাধৱদেৱ বিৰচিত ‘মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো, ৰসময় মাগোহো ভকতি’ ঘোষাটি আমাক প্ৰাথমিক বিদ্যালয়ত প্ৰাৰ্থনা হিচাবে গাবলৈ শিকাইছিল৷ আমি কোনো অৰ্থ নুবুজি ভুলে-শুদ্ধই ভক্তি ভাৱ নৰখাকৈ আৰু বেসুৰাকৈ গাইছিলো৷ প্ৰাৰ্থনাৰ সময়ত যে দুচকু মুদি ল’ব লাগে, সেয়াও বহুদিনলৈ …

অধিক চাওক

অসমীয়া লোক-সাহিত্যত ডিব্ৰুগড়ৰ ঐতিহ্য সন্ধান৷৷ টুনুজ্যোতি গগৈ৷৷

লোকজীৱনৰ লোক-অভিজ্ঞতা আৰু লোক-প্ৰজ্ঞাক ভেটি কৰিয়েই লোক-ভাষাৰ সহায়ত গঢ় লৈ উঠে লোক-সাহিত্যৰ ঐশ্বৰ্যয়ম সম্ভাৰ। সহজ ভাষাত ক’বলৈ গ’লে, সাধাৰণ খাটিখোৱা মানুহৰ সহজ-সৰল মনৰ নিভাঁজ অথচ মধুৰ ভাৱৰাশিৰ মুকলি প্ৰকাশেই হ’ল লোক-সাহিত্য।

অধিক চাওক