চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

জাতীয় চেতনাৰ গতিপথ ৷৷ কৌশিক তালুকদাৰ৷৷

ভাৰত ৰাষ্ট্ৰৰ ঔপনিৱেশিক নীতি আৰু চৰম প্ৰৱঞ্চনা, হিন্দী-হিন্দুত্বৰ আধিপত্যবাদ তথা আঞ্চলিক নেতা-আমোলাৰ সুবিধাবাদ আৰু দুৰ্নীতিৰ ফলত আই অসমী আজি এক অন্ধকাৰ চক্ৰবেহুত আৱদ্ধ হৈ পৰিছে ৷ এই চক্ৰবেহুৰ পৰা চেনেহৰ আইক উলিয়াই আনিব নোৱাৰিলে অতি সোনকালে আইৰ উশাহ-নিশাহ বন্ধ হৈ পৰিব ৷ সেয়ে অসমীৰ সন্তানসকলৰ সন্মুখত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ল- …

অধিক চাওক

কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী ( জ্যোতিপ্ৰসাদ আগৰৱালা )

(১) মই কাঞ্চনজঙ্ঘা তুষাৰ শুভ্ৰশিৰ ময়ে অভ্ৰভেদী বীৰ মোৰ জটা ঝাৰি ঝাৰি নিজৰি নিজৰি বয় নিগৰি নগিৰ অবিকল কল্‌কল্‌ ৷ শৈলজা পয়োধৰা পিযুষ সলিলা যুৰধনী গঙ্গা ; প্ৰথমৰ প্ৰভাতৰ অৰুণৰ জ্যোতি, অণ্বনৃ হুৰি মোৰ আলোক-নৃত্য কৰি ৷ বিয়পাই বিশ্বত ৰঞ্জন দ্যূতি ৷ মোৰে আশেপাশে গায় কিন্নৰী বালিকাই আলোক-বোধন মহাগীত, সন্ধিয়াই সন্ধিয়াই …

অধিক চাওক

জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা

চিৰ বিদ্ৰোহী ৰূপান্তৰৰ মই যুগান্তৰৰ মই  ভাৰতৰ জগতৰ বিদ্ৰোহী বীৰ্য্য বিপ্লৱে বিপ্লৱে বিজুলী-বজ্ৰ হানি সুঘোষিত কৰি যাঁও অগ্নি-তূৰ্য্য। কালান্তৰৰ যি ৰূপান্তৰৰ যি যুগমীয়া সত্য সিয়েহে গুপ্ত অনিত্য সেই ব্যাপ্ত বিজুলীৰে গঢ়ি লও আগ্নেয় অস্ত্ৰ, অম্বৰ ফালি-চিৰি দিগম্বৰ যোগী মই যুগে যুগে পিন্ধো মাথোঁ উপযোগী নৱ নৱ যুগ বস্ত্ৰ । মহাকালে …

অধিক চাওক