চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

অগ্নিপৰীক্ষা৷৷ উৎপল ফুকন৷৷

অতদিনৰ কৃচ্ছ্ৰসাধনাৰ ফল লাভৰ সময় সমাগত। ৰাষ্ট্ৰীয় ফুটবল দলত স্থান লাভ কৰাৰ বাবে প্ৰথমখন গুৰুত্বপূৰ্ণ খেল আৰু কিছু সময়ৰ পাছতে আৰম্ভ হ’ব। বুকুখনত উত্তেজনামিশ্ৰিত দুৰুদুৰু কঁপনি এটাই হেঁচি ধৰিছে। পাৰিমনে বাৰু আজি মই যোগ্যতা প্ৰতিপন্ন কৰিব? পাৰিমনে বাৰু দিন হাজিৰা কৰা পিতাই আৰু নিৰক্ষৰা আইৰ মুখত হাঁহি বিৰিঙাবলৈ? মোক লৈ …

অধিক চাওক

ভোক ( ভাস্কৰ ভূঞা )

এই যে জীয়াই আছোঁ তাড়নাবোৰ ভোক এই যে হাঁহি আছোঁ সপোনবোৰ ভোক সময়ত কাৰোবাৰ চোতালত নগ্ন হৈ নাচিছোঁ সময়ত মাজ ৰাতি যৌনতা বেচিছোঁ ফুটপাথত পাৰি লৈছো দুচকুৰ টোপনি ইফালে শিলৰ পাহাৰ এখন অনবৰতে ঢাকি থৈছোঁ বুকুত এই যে ৰৈ ৰৈ ঘুমটি মাৰিছোঁ বৈ বৈ পৰিধি ভাঙিছোঁ কৈ কৈ দুখ পাতলাইছো …

অধিক চাওক