চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

ঘৰ ( তিলক ৰয় )

( ঘৰহীন মানুহবোৰৰ হাতত) আকাশখন আমাৰ মূৰৰ ওপৰত  এনেকৈ বৰষে যেন বুকু ফুটা কৰি চিৰাচিৰ কৰি দিব কিদৰে ভালপাওঁ আমি তৰাখচিত আকাশ . অথবা কিদৰে ভালপাওঁ ভালপোৱাৰ বহল পৃথিৱীখন ওৰেতো ৰাতি উদং পথাৰৰ মাজত থৰ্‌ থৰ্‌ কৈ কঁপি থকা প্ৰাণটোৰে মানুহৰ পৃথাৱীখন ভালপোৱা কিমান কঠিন কোনে বুজিব ! . মাকজনীয়ে …

অধিক চাওক