চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

“Loving Vincent” – কথাছবিৰ নতুন কনচেপ্ট ৷৷ মুকুল মাধৱ বৈশ্য৷৷

ভিনচেণ্ট ভেন গঘ কোননো বুলিলে আজিৰ পৃথিৱীত প্ৰশ্নটো কিবা খাপচাৰা যেন লাগে। তেওঁ চিত্ৰকৰ, তেওঁ শিল্পী নে তেওঁ মানৱ মনৰ বিশ্লেষক – কোনটো শাৰীত তেওঁক প্ৰতিষ্ঠা কৰিব পৰা যাব সেইটোৱেই এটা জটিল সমস্যা। তেওঁ কি আঁকিছিল, তেওঁ কি বুজাব বিচাৰিছিল, তেওঁ কি মনোজগতত বাস কৰিছিল – এই আটাইবোৰেই একো একোটা …

অধিক চাওক

বেণু মিশ্ৰ : কিছু স্মৃতিকথা, কিছু ছবিৰ কথা ( নীলমণি ফুকন )

যোৱা শতিকাৰ ষাঠিৰ আৰম্ভণিতে মহেন্দ্ৰ বৰা সম্পাদিত মণিদীপৰ সাংস্কৃতিকী শিতানত ছপা হোৱা ৰবীন্দ্ৰনাথৰ এটা কবিতাৰ আধাৰত অঁকা, বেণু মিশ্ৰৰ ছবি-নিৰ্ঝৰেৰ স্বপ্নভংগ দেখি বিশেষভাৱে আনন্দিত হৈছিলোঁ। ভাবনা, ৰূপকল্পনা, অংকনদক্ষতা আৰু চিত্ৰভাষাৰ ফালৰপৰা ছবিখন সেই সময়ৰ অসমীয়া চিত্ৰকৰকেইজনৰ ছবিৰপৰা পৃথক, ব্যতিক্ৰমী, নতুন আছিল। ছবিখন তেওঁ বিশ্বভাৰতীৰ কলাভৱনৰ ছাত্ৰ হৈ থাকোঁতেই আঁকা। মিশ্ৰৰ …

অধিক চাওক

মোৰ বাবে হ’ব পাৰা তুমি ( জুৰি সন্দিকৈ গগৈ )

মোৰ বাবে হ’ব পাৰা তুমি কুসুমবুলীয়া হেঁপাহ আৰু ভিন্নৰঙী গোলাপৰ সুঘ্ৰাণ হ’ব পাৰা তুমি মূল্যবান হ’ব পাৰা নিৰ্জন কাঠনিবাৰীৰ প্ৰাচীন গছবোৰৰ দৰে হ’ব পাৰা নেকি হেজাৰ সময়ে গচকিব নোৱাৰা বাণীবদ্ধ অমৰ সংগীত দুৰ্গমৰো দুৰ্গম শত যোজনৰ নামহীন মাতাল সুগন্ধ দুস্প্ৰাপ্য অৰ্কিড হোৱানা তুমি সুদক্ষ পিকাচোৰ মসৃণ হাতৰ দৰে ৰঙৰ মদিৰাৰ …

অধিক চাওক