চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

গঁড় হত্যা, অসমীয়া জাতীয়তাবাদ আৰু বিজেপিৰ চতুৰালি ( ৰূপম সিন্ধু কলিতা )

কিছুদিনৰ আগতে বিবিচিৰ তথ্যচিত্ৰ খনক কেব্দ্ৰ কৰি আৰম্ভ হোৱা বিতৰ্কই অসমীয়া জাতি আৰু অসমত পোৱা কিছুমান জীৱ-জন্তুৰ মাজৰ আন্তঃসম্পৰ্কৰ ধাৰণাৰ বিষয়ে ভৱাৰ সুযোগ দিছিল। কিলিং ফৰ কঞ্জাৰভেছন নামৰ তথ্যচিত্ৰ খনৰ প্ৰাৰম্ভিক প্ৰবন্ধ ” Kaziranga The Park that shoots people to protect rhinos ” ত বিবিচিৰ সাংবাদিক জনে অভিযোগ উত্থাপন কৰে …

অধিক চাওক

দুখ ( ধ্ৰুৱজ্যোতি দত্ত )

: এক্সকিউজ মি৷ : য়েছ৷ : আপোনাৰ কাষত বাৰু কোনোবা আছেনে ? : নাই বহক৷ আগন্তুক যাত্ৰীজনক মই কৈ উঠিলোঁ। যোৰহাটৰ পৰা গুৱাহাটী অভিমুখী ট্ৰেভেলাৰখনে তেতিয়াও যাত্ৰা আৰম্ভ কৰা নাছিল৷ সময় তেতিয়া পুৱা ছয় বাজিছে৷ মই সোঁফালৰ খিৰিকীৰ কাষৰ ছীটটোত বহি বাহিৰলৈ চাই কিবা এক বজাৰ মিটিংখনৰ কথাই ভাবি আছোঁ …

অধিক চাওক