চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

ইমান কিতাপ পঢ়ে কিয়?৷৷ ডঃ দীনেশ বৈশ্য৷৷

অলপতে পুনেৰ বৰাবৰা ৰাও নামৰ সমাজকৰ্মী চিন্তাবিদ জনৰ ঘৰলৈ তালাচী কৰিব যোৱা পুলিচ অফিচাৰ জনে তেওঁৰ পৰিয়ালৰ মানুহক সুধিলে— ‘আপোনালোকৰ ঘৰত ইমান কিতাপ কিয় ?আপোনালোকে ইমান কিতাপ কিয় কিনে ? ইমান কিতাপ পঢ়েনে ? চীনদেশত প্ৰকাশিত কিতাপ কিয় আছে ? কাৰ্ল মাৰ্ক্স আৰু মাওচেতুঙৰ কিতাপ কিয় পঢ়ে ?’ এইটো এতিয়া …

অধিক চাওক

ব্ৰেণ্ডেড সামগ্ৰী ৷৷ প্ৰাঞ্জল অনুভৱী ৷৷

ৰাতিপুৱা শুই উঠিয়েই আমি প্ৰতিদিনে এখন বিজ্ঞাপন জগতৰ মুখামুখি হওঁ। পেপাৰত বিজ্ঞাপন, আলোচনীত বিজ্ঞাপন, টিভিৰ পৰ্দাত বিজ্ঞাপন, বিজ্ঞাপন ৰেডিঅ’ এফ এম’ত। পদূলি মূৰৰ পৰাই শাৰী শাৰী প্ৰকাণ্ড প্ৰকাণ্ড হোৰ্ডিং। সুন্দৰী অৰ্ধনগ্ন নাৰীৰ লয়লাস ভংগিমা! দুহাত প্ৰসাৰিত কৰি আপোনাক আমন্ত্ৰণ জনাইছে – আহক, আমাৰ ব্ৰেণ্ডৰ সামগ্ৰী কিনক। আমাৰ তেল ব্যৱহাৰ কৰিলে …

অধিক চাওক

অপ্ৰিয় হোৱাৰ যুক্তি : অধ্যাপকৰ দৰমহা ( ডঃ দীনেশ বৈশ্য )

মোৰ এজন প্ৰাক্তন ছাত্ৰ মোৰ ভাল বন্ধু আছিল। বেছ কিছুদিন ধৰি তেওঁৰ সৈতে সম্পৰ্ক নোহোৱা হ’ল। আৰু এদিন এজনে মোক ক’লে, অমুকে আপোনাক আজিকালি বৰ বেয়া পায়। আপোনাৰ বিষয়ে বৰ বেয়া মন্তব্য দিয়া শুনিলো। তেওঁৰ সৈতে আপোনাৰ ভাল আছিল বুলি জানিছিলো বাবেহে ক’লো। পৃথিবীৰ বহুত অসম্ভব কথাৰ ভিতৰত অন্যতম অসম্ভৱ …

অধিক চাওক