(১) মই কাঞ্চনজঙ্ঘা তুষাৰ শুভ্ৰশিৰ ময়ে অভ্ৰভেদী বীৰ মোৰ জটা ঝাৰি ঝাৰি নিজৰি নিজৰি বয় নিগৰি নগিৰ অবিকল কল্কল্ ৷ শৈলজা পয়োধৰা পিযুষ সলিলা যুৰধনী গঙ্গা ; প্ৰথমৰ প্ৰভাতৰ অৰুণৰ জ্যোতি, অণ্বনৃ হুৰি মোৰ আলোক-নৃত্য কৰি ৷ বিয়পাই বিশ্বত ৰঞ্জন দ্যূতি ৷ মোৰে আশেপাশে গায় কিন্নৰী বালিকাই আলোক-বোধন মহাগীত, সন্ধিয়াই সন্ধিয়াই …
অধিক চাওক