চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

মূল্য৷৷ ৰিমঝিম মহন্ত৷৷

ৰাতিৰ কাম-বন সামৰি সুবাসনা নিজৰ কোঠাত সোমাল। ইতিমধ্যে দিশা আৰু বৈভব শুইছিল। তাই বৈভব ৰ লগত কথাটো পাতিব বুলি বৰ আশা কৰিছিল। কিন্তু সি এবাৰো তাইক নুসুধিলে। টেবুলৰ ওপৰত পৰি থকা লেফাফাটো লৈ তাই চকীখনত বহি পৰিল। মূৰটো ঘূৰোৱা যেন লাগিল। লেফাফাটো বুকুত সাৱটি তাই চকু দুটা মুদি দিলে। যোৱা …

অধিক চাওক