চ’ৰাঘৰ / টেগ আৰ্কাইভ

টেগ আৰ্কাইভ

সমীৰ তাঁতীৰ দুটি কবিতা

তোমালোকক মই দেখিছোঁ  তোমালোকক মই দেখিছিলোঁ বধ্যভূমিৰ মাজত প্ৰাচীন শাল গছৰ দৰে নীৰৱ আৰু কঠিন সেই কথা ভাবিলে আজিও মোৰ বুকুত গৰ্ব উপচি পৰে তোমালোকৰ সেই আপোচহীন যুদ্ধ আৰু অতুলনীয় সাহস গোটেই আকাশ জুৰি আৱৰি …

সম্পূৰ্ণকৈ পঢ়ক

অসমৰ জনজাতি সমস্যাঃ ৰাভাৰ দৃষ্টিভংগী ( পৰমানন্দ মজুমদাৰ )

(এক) এটা সাৰগৰ্ভ উক্তিৰে আমাৰ আলোচনাৰ পাতনি মেলিব খুজিছো । ‘জনজাতীয় সংস্কৃতিত শিৱ’ শীৰ্ষক সৈনিক শিল্পী বিষ্ণুৰাভাৰ এটি চিন্তাশীল নিবন্ধত উল্লেখ কৰা হৈছেঃ ‘এটা জাতিৰ লগত আন এটা জাতিৰ সমন্বয় হ’বলৈ হ’লে পৰস্পৰৰ ভিতৰত উভয়ৰ …

সম্পূৰ্ণকৈ পঢ়ক

এইবাটেদিয়ে উভতিবা কমৰেড ( অনিতা গগৈ )

পথাৰৰ আলিৰ দুবৰি গছকি এইফালেদিয়ে পাৰ হৈ গ’ল চিফুঙৰ পাঁচোটা আঙুলি, কাঁহৰ বাটিত পৰি জীণ গ’ল নুপুওৱা ৰাতিৰ নিয়ৰসৰা সুৰ এটি, গাঁৱে গাঁৱে বুকুৱে বুকুৱে স্থবিৰ হৈ ৰ’ল বেলি . এই বাটেদিয়ে উভতিবা কমৰেড্ ! …

সম্পূৰ্ণকৈ পঢ়ক