চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

“টোকোৰা বাহৰ সোণৰ বেজী” : এখন সুখপাঠ্য উপন্যাস৷৷ চন্দামিতা দেৱী৷৷

অৰূপা পটঙ্গীয়া কলিতা মোৰ এগৰাকী অন্যতম প্ৰিয় লেখিকা । তেখেতৰ সকলোবোৰ গল্প, উপন্যাস পঢ়া নাই যদিও পঢ়াখিনিৰ মাজত অয়নান্ত আৰু ফেলানি এই দুখন বৰ ভাল লাগে। তেখেতৰ টোকোৰা বাহৰ সোণৰ বেজী (প্ৰথম প্ৰকাশ: ডিচেম্বৰ ২০১৪)খন পঢ়িলো। বেলেগ বেলেগ শিৰোনামাৰে “অন্য এক দীপাৱলী’’, ‘‘দাৰুমাৰ চকুৰ পতা চাহগছ হ’ল’’, ‘‘ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী” …

অধিক চাওক

‘নীল প্ৰজাপতি’ উপন্যাসত বিকল্প প্ৰেম-যৌনাচাৰ প্ৰসংগ৷৷ মৃদুল মৰাণ৷৷

০.০০ আৰম্ভণিঃ বিশ্বৰ বহুতো দেশত LGBTQ-ক আৰু ইয়াৰ লগত সম্পৰ্কিত বিকল্প প্ৰেম-যৌনাচাৰ (Alternative Sexuality) প্ৰসংগক মানৱীয় দৃষ্টিৰে চোৱা নহয়। ‘মূলসুঁতি’ (Mainstream)-ৰ সমাজৰ পৰা সদায় তেওঁলোকক আঁতৰত ৰখা হয়। বিষমলৈংগিক যৌনতাৰ ওপৰত প্ৰতিষ্ঠিত পুৰুষতান্ত্ৰিক সমাজ-ব্যৱস্থাই তেওঁলোকৰ প্ৰান্তীয়কৰণ কৰিছে। মানৱীয় সত্তা হিচাপে কিন্তু তেওঁলোকৰো জীয়াই থকাৰ অধিকাৰ আছে। বিশ্বৰ বিভিন্ন চলচ্চিত্ৰ আৰু …

অধিক চাওক

ধ্বনিময় অনল শিখা : এখন অগতানুগতিক উপন্যাস ৷৷ টুনুজ্যোতি গগৈ৷৷

যোৱা এক দশক ধৰি নিৰৱচ্ছিন্নভাৱে সাৰস্বত সাধনাত ব্ৰতী হৈ অহা গীতালী বৰুৱা অসমীয়া পাঠক সমাজৰ বাবে এটি চিনাকি নাম৷ কেইবাখনো কবিতা, গল্প আৰু উপন্যাস সংকলন বাণীৰ বেদীলৈ আগবঢ়োৱা বৰুৱাৰ ৰচনাৰাজিত অবিভক্ত গোৱালপাৰা জিলাৰ ভাষিক, সাংস্কৃতিক আৰু সামাজিক জীৱনৰ লগতে আধুনিক চিন্তন, মনন, জটিল যৌন মনস্তত্ব আদি সুন্দৰকৈ ফুটি উঠিছে৷ বৰুৱাৰ …

অধিক চাওক

নীল তমালৰ ৰ’দ : জনগোষ্ঠীয় ৰাজনীতিৰ ধাৰাভাষ্য ৷৷ পঞ্চানন হাজৰিকা৷৷

অসমীয়া ৰাজনৈতিক উপন্যাসৰ ধাৰাত প্ৰশান্ত কুমাৰ দাসৰ “নীল তমালৰ ৰ’দ” শেহতীয়াভাৱে এক গুৰুত্বপূৰ্ণ সংযোজন।সুদীৰ্ঘদিন বিচ্ছিন্নতাবাদী চেতনাই আলোড়িত আৰু গোষ্ঠী সংঘৰ্ঘত জৰ্জৰিত কাৰ্বি ভূমিৰ পটভূমিত উপন্যাসখনৰ কথাবস্তুৰ নিৰ্মাণ হৈছে। গোষ্ঠী সংঘৰ্ঘক লৈ এখন ৰাজনৈতিক প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ যোৱা কথকে জন- ৰামচন নামৰ দুটি ভুক্তভোগী শিশুৰ মুখামুখি হৈছে- যি দুটি কাৰ্বি শিশুৱে …

অধিক চাওক