চ’ৰাঘৰ / টেগ আৰ্কাইভ

টেগ আৰ্কাইভ

অখিল গগৈৰ মুক্তিৰ দাবীত দিল্লীত প্ৰতিবাদ # কাৰাৰুদ্ধ গগৈৰ বাণীবদ্ধ বক্তব্য #

দিল্লী একচন কমিটি ফ’ৰ অসমে কৃষক নেতা অখিল গগৈক অসম চৰকাৰে ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত তথা ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত পুনৰ গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে ২৮ ছেপ্তেম্বৰৰ বিয়লি ৩.৩০ বজাৰ পৰা দিল্লীস্থ অসম ভৱনৰ সন্মুখত দিল্লী পুলিচ আৰু …

সম্পূৰ্ণকৈ পঢ়ক

অসমত বিজেপিৰ উত্থানৰ ইতিহাস আৰু প্ৰচাৰ কৌশল ( সমুদ্ৰ শংখ গগৈ )

এই লিখনিৰ দ্বাৰা মই ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটোক গালি পাৰি আঁতৰাই দিয়াৰ দিশ দেখুৱাব বিচৰা নাই। সেই কামটো লোকতান্ত্ৰিক ব্যৱস্থাই সময় মতে কৰি আহিছে আৰু কৰি যাব। ইতিহাস ইয়াৰ সাক্ষী। কথাটো হ’ল, ভাৰতৰ এই গণতান্ত্ৰিক ব্যৱস্থাৰ …

সম্পূৰ্ণকৈ পঢ়ক

সাম্প্ৰদায়িকতাৰ আগ্ৰাসন আৰু নাৰী সমাজ ( গীতালী বৰপাত্ৰগোঁহাই )

“মহিলা সমাজ এখন আৰ এছ এছৰ প্ৰধান টাৰ্গেট” – এই কথাষাৰি গৌতম ৰয় নামৰ পশ্চিমবংগৰ এজন লেখকে এটা ব্লগত লিখা কথা। ৰয়ে লিখিছে যে কেন্দ্ৰত নৰেন্দ্ৰ মোডী চৰকাৰৰ ম্যাদ তিনিবছৰ অতিক্ৰম হোৱাৰ সময়ত আৰ এছ …

সম্পূৰ্ণকৈ পঢ়ক

বিকল্প ৰাজনীতিৰ প্ৰসংগত ( জিতেন বেজবৰুৱা )

এতিয়া আৰএছএছ-বিজেপিৰ ৰাজনীতিৰ সমালোচনা কৰিলেই বিকল্পৰ প্ৰশ্নটো আহি পৰে। আমি লেখা-মেলা কৰোতে বহু সময়ত প্ৰশ্নৰ সন্মুখীন হওঁ, বিকল্প ৰাজনীতিৰ কথাটো স্পষ্টভাৱে আলোচনা কিয় কৰা নাই বুলি। আচলতে বিকল্প ৰাজনীতিৰ কথাহে আমি ক’ব বিচাৰো, বিকল্প ৰাজনৈতিক …

সম্পূৰ্ণকৈ পঢ়ক

বিকল্পৰ প্ৰয়োজনীয়তা আৰু বাস্তৱতা (কাশ্যপ চৌধুৰী)

স্বাধীনোত্তৰ ভাৰতবৰ্ষত দীৰ্ঘদিন শাসন কৰা দলটোৱেই হৈছে, কংগ্ৰেছ৷ পূৰ্বতে এই দলৰ প্ৰতি মানুহৰ আস্থা থাকিলেও পৰৱৰ্তী পৰ্যায়ত মানুহে এই দলৰ প্ৰতি বিদ্বেষ ভাব পোষণ কৰিবলৈ লয়৷ ইয়াৰ বিভিন্ন কাৰণ আছে যদিও বিশেষকৈ ইউ পি এৰ …

সম্পূৰ্ণকৈ পঢ়ক

আৰ এছ এছ ৰ উৎস সন্ধান ( অংশুমান শৰ্মা )

ভাৰতৰ হিন্দুত্ববাদীসকলৰ সৈতে বিশ্বৰ ফেচীবাদীসকলৰ যোগাযোগ জন্ম লগ্নৰে পৰা। হিন্দু মহসভা, বি জে পি, এ বি ভি পি, বিশ্ব হিন্দু পৰিষদ আদিৰ উৎস বিচাৰি গ’লে ফেচিষ্ট মুচোলিনী আৰু ন্যাৎসী হিটলাৰৰ কৰ্মকাণ্ডত পোৱা যাব। বিংশ শতাব্দীৰ …

সম্পূৰ্ণকৈ পঢ়ক