চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

আমাৰ অসম : সপোন, বাস্তৱ আৰু সংগ্ৰাম৷৷ পাঠকৰ মতামত৷৷

উদীয়মান লেখক ভৱেশ নাথৰ মন্তব্য : এইটো অনস্বীকাৰ্য যে অসম আৰু অসমীয়া জাতি বৰ্তমান সংকটৰ গৰাহত। পৰিচিতি সত্তাৰ ৰাজনীতি, গোষ্ঠীগত চেতনা, উগ্ৰ জাতীয়তাবাদ, বৰ্ণ হিন্দুৰ জাত্যভিমান আদি বিভিন্ন কাৰকে পূৰ্বৰে পৰাই বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াক আঘাত কৰি আহিছে। অসমত বসবাস কৰা বড়ো, ৰাভা, কছাৰী, তিৱা, কাৰ্বি, চাহ-জনগোষ্ঠী, মৰাণ, মটক, …

অধিক চাওক

আমাৰ অসম : সপোন, বাস্তৱ আৰু সংগ্ৰাম

“সচেতন, দূৰদৰ্শী আৰু যুক্তিবাদী ব্যক্তিয়ে এজন আপেক্ষিকভাৱে বয়োকনিষ্ঠ ব্যক্তিক হঠাতে “জাতীয় নায়ক”ৰ দৰে বিৰল খিতাপ প্ৰদান নকৰে৷…যুক্তিতকৈ আৱেগেৰে পৰিচালিত হোৱা অসমৰ মানুহৰ কথা সুকীয়া৷এজন ব্যক্তিৰ জীৱনজোৰা কাম-কাজ,ত্যাগ-আদৰ্শৰ মূল্যায়নলৈ অপেক্ষা নকৰি বৰ খৰখেদাকৈ তেওঁক বিভিন্ন উপাধি -সন্মানেৰে উপচাই দিব পাৰে ৷” (পৃষ্ঠা ৯০) যুক্তিতকৈ আৱেগক প্ৰাধান্য দিয়া জাতিটোৰ এনেবোৰ ভুল পুনৰাবৃত্তি …

অধিক চাওক