চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

উমৈহতীয়া শত্ৰুক চিনাক্ত কৰো আহক৷৷ দেৱব্ৰত গগৈ৷৷

২০১৬ চন পৰ্য্যন্ত আমাৰ মনলৈ এবাৰো ভাব অহা নাছিল যে কোনোবা অসমীয়া নেতাই কিবা কাৰণত অসমতে শতিকা জুৰি বসবাস কৰি থকা বঙালীলোক সকলক ঘৰে ঘৰে গৈ প্ৰাণৰ ভাবুকি দিব বুলি মন্তব্য কৰিব আৰু ঠিক তেনেকৈ অসমৰ অসমীয়ালোক সকলকো কোনোবা বঙালী নেতাই ঘৰে ঘৰে গৈ আক্ৰমণ কৰিব বুলি উচটনিমুলক মন্তব্য দিব। …

অধিক চাওক

গোষ্ঠীগত সংঘাত আৰু অসমীয়াৰ ভৱিষ্যত ৷৷ সঞ্জীৱ বৰুৱা৷৷

বৰ্তমান অসমত যিধৰণৰ অৰাজকতা চলিছে অদূৰ ভৱিষ্যতে অসমীয়া সত্বাটো জীয়াই থাকিব নে নাই, সন্দেহ আছে৷ শেহতীয়া কাৰ্বি আংলঙৰ ঘটনাটোৱে সমগ্ৰ অসমত এক জোকাৰণি সৃষ্টিৰ লগে লগে সমান্তৰাল কেইবাটাও দুষ্ট চক্ৰই চচিয়েল মিডিয়াত জনগোষ্ঠী আৰু অসমীয়াৰ মাজত এক সংঘাত সৃষ্টি কৰিব পৰা পোষ্ট, মন্তব্য প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছে৷ দুজন প্ৰতিভাসম্পন্ন যুৱকক …

অধিক চাওক

সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰাখি নাগৰিকত্ব বিলৰ বিৰোধিতা কৰক

ভাৰতীয় জনতা পাৰ্টি আৰু তেওঁলোকৰ ছত্ৰছায়াত থকা দুই এক সংগঠনৰ বাহিৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ দলমত নিৰ্বিশেষে সকলোৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাত মাতিছে, মাৰ বান্ধি থিয় দিছে৷ শিল্পী,সাহিত্যিক আৰু সাংবাদিকসকলো ৰাজপথলৈ ওলাই আহি ইয়াৰ প্ৰতিবাদ কৰিছে৷ ই আমাৰ জাতীয় জীৱন আৰু জাতীয় পৰিচয়ৰ বাবে গৌৰৱৰ কথা! কিন্তু আমি উদ্বেগেৰে …

অধিক চাওক

জাতীয়তাবাদ কি?৷৷ টুনুজ্যোতি গগৈ৷৷

ইংৰাজী ভাষাৰ Nation আৰু Nationalism শব্দ দুটা অসমীয়া ভাষাত ‘জাতি’ আৰু ‘জাতীয়তাবাদ’ হিচাবে ব্যৱহৃত হৈ আহিছে। ইংৰাজী ভাষাত Nationalism বুলিলে ‘‘Ideology of Nationhood’ বুজোৱাৰ দৰে অসমীয়া ভাষাত জাতীয়তাবাদ বুলিলে জাতি সম্পৰ্কীয় মতবাদকে বুজায়। কোনো ব্যক্তি বা সমষ্টিয়ে আত্ম পৰিচয়ক ত্যাগ কৰি আত্ম স্বাৰ্থ থিৰাং কৰিব নোৱৰাৰ দৰে কোনো জাতীয়তাবাদ জাতি …

অধিক চাওক

নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু কিছু কথা ৷৷ সৃষ্টি শ্ৰেয়ম৷৷

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ খন গৃহীত নহ’লেও ইয়াৰ উত্থাপন অসমীয়াৰ কাৰণে মংগলজনক বিষয় হিচাপেই পৰিগণিত হৈছে। নহ’লে আমি সঁচাকৈ আমাৰ কি আছিল আৰু কি আছে গমকে লোৱা নাছিলোঁ। তেনেকৈয়ে হয়তো এদিন ত্ৰিপুৰীসকলে নিজৰ মাটিত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল, বাঙালী আধিপত্যত নিজৰ ভাষা হেৰুৱাইছিল। তেনেকৈয়ে হয়তো এদিন আমাৰ কছাৰী ৰাজ্য কাছাৰকে আদি কৰি সমস্ত …

অধিক চাওক

দিল্লীত অসমীয়াৰ জীৱন-মৰণৰ শুনানি৷৷ শিৱজিৎ দত্ত৷৷

  বিশ্বৰ মঞ্চত জীয়াই থকাৰ যোগ্যতা অসমীয়া জাতিৰ আছেনে? ১৭ এপ্রিলত দিল্লীত অসমীয়া জাতিৰ বিনাশ বা বিকাশৰ চূড়ান্ত আখৰাৰ। কথাটোৱে অসম তোলপাৰ কৰিব লাগিছিল। সিদিনা পুৱাই অসমীয়া বাতৰিকাকতত দেখিলোঁ ৰঙালীৰ উছাহ’ক লৈ বিৰাট ডাঙৰ হেডলাইন। কিন্তু, হিন্দু বাংলাদেশীৰ নাগৰিকত্বক লৈ সিদিনা দিল্লীত হ’বলগীয়া যুটীয়া সংসদীয় সমিতিৰ শুনানি বিষয়ক খবৰ প্ৰকাশ …

অধিক চাওক

জাতীয়তাবাদ আৰু নাৰী : এটি চমু আলোচনা৷৷ জিতেন বেজবৰুৱা৷৷

জাতীয়তাবাদ সম্পৰ্কীয় মূলসুঁতিৰ আলোচনাবোৰত নাৰী আৰু লিংগৰ প্ৰশ্নটোৰ উপস্থিতি প্ৰায় নায়েই বুলিব পাৰি। আনকি জাতীয়তাবাদ সম্পৰ্কীয় আলোচনাৰ ক্ষেত্ৰত যিকেইখন বিশ্ববিখ্যাত গ্ৰন্থক ক্লাছিকৰ মৰ্যাদা দিয়া হয় সেইসমূহৰ ক্ষেত্ৰতো কথাটো প্ৰযোজ্য। পঢ়িবলৈ পোৱা মতে, কিছুসংখ্যক নাৰী পণ্ডিতেহে (চিন্থিয়া এনল’, কুমাৰী জয়াৱাৰ্দেনা, নীৰা য়ুভাল-ডেভিছ আদি) প্ৰসংগটো গুৰুত্বসহকাৰে আৰু বহল ৰূপত আলোচনা কৰিছে নিজা …

অধিক চাওক

এন আৰ চি, অসমীয়া আৰু বাঙালী : কেইটামান কথা (জিতেন বেজবৰুৱা)

যোৱা ৩১ ডিচেম্বৰ, ২০১৭ত এন আৰ চিৰ প্ৰথমটো খচৰা প্ৰকাশ পোৱাৰ পাছৰ উৎকণ্ঠা আৰু খেলিমেলিৰে পূৰ্ণ পৰিবেশত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই সম্পৰ্কত প্ৰকাশ কৰা বক্তব্য আৰু তৎপৰৱৰ্তী ক্ৰিয়া-প্ৰতিক্ৰিয়াবিলাকে অধিক জটিলতাৰ সৃষ্টি কৰিছে। তেওঁ ক’লে যে অসমৰ এন আৰ চিৰ প্ৰক্ৰিয়াটো হ’ল বাঙালীসকলক খেদিবৰ বাবে কৰা এটা চক্ৰান্ত মাথোঁ। …

অধিক চাওক