চ’ৰাঘৰ / টেগ আৰ্কাইভ

টেগ আৰ্কাইভ

অমূল্য বৰুৱাৰ দুটিমান কবিতা

কুকুৰ সউদল কুকুৰ প্ৰত্যেকটো ৰাস্তাৰ আৱৰ্জনাৰ দ’মবিলাকৰ কাষে কাষে সিহঁতৰ প্ৰত্যেকৰে মুখে মুখে ৰস নাইকিয়া শুকান একোডোখৰ জাতি-বৰ্ণ বিচাৰ নোহোৱা হাড়; নাইবা কোনোটোৰ মুখত ফুটা জোতাৰ একো টুকুৰা লেকেটা চামৰা। দুই-এটা ভাগ্যৱানৰ বাহিৰে চুৱা-পাতনিৰ ভাতৰো …

সম্পূৰ্ণকৈ পঢ়ক

অৱনী চক্ৰৱৰ্তীৰ কবিতা ( অজিত ভৰালী )

অসমীয়া সাহিত্য জগতত নিজাকৈ একোখন আসন দখল কৰিবলৈ সক্ষম হোৱা তিনিজন ব্যক্তিৰ জন্ম হৈছিল, ১৯৪৩ চনত। ব্যক্তিকেইজন কবি-গল্পকাৰ হৰেকৃষ্ণ ডেকা, কবি ৰবীন্দ্ৰ সৰকাৰ আৰু কবি অৱনী চক্ৰৱৰ্তী। ৰবীন্দ্ৰ সৰকাৰ আৰু অৱনী চক্ৰৱৰ্তী এই দুয়োগৰাকী আছিল …

সম্পূৰ্ণকৈ পঢ়ক

মুখ ( অনিতা গগৈ )

  ( ‘অচিনা’ৰ কবি অমূল্য বৰুৱাৰ প্রতি শ্রদ্ধাৰে ) . নৈখনৰ পাৰলৈ উঠি আহিলোঁ কি নাহিলোঁ আমাৰ চকুবোৰ ধোঁৱা কোঁৱা . বজাৰত বতাহত হুৱাদুুৱা নেজাল তৰাৰ নেজত ধৰি কোঁ কোৱাই উৰি গৈছে মাংসপিণ্ডবোৰ . নামঘৰত …

সম্পূৰ্ণকৈ পঢ়ক