গল্প

বিজুলী চাকিৰ সমদল ( নাজমা মুখাৰ্জী )

এই সময়খিনিয়েই সেইখিনি সময়৷ পোহৰ আৰু আন্ধাৰৰ সীমাৰখা৷ সূৰ্যটো নৈৰ বুকুত মাৰ যায়৷ পোহৰবোৰে উজ্জ্বলতা হেৰুৱাই ম্লান হৈ পৰে৷ নৈৰ পাৰত জুৰ বতাহ বলে৷ পাৰৰ পাৰ্কখনলৈ বিভিন্ন বয়সী মানুহৰ সমাগম হয়৷ ল’ৰা-ছোৱালীবোৰে খেলে৷ জঁপিয়ায়৷ পখিলাবোৰে …

সম্পূৰ্ণকৈ পঢ়ক

দুখ ( ধ্ৰুৱজ্যোতি দত্ত )

: এক্সকিউজ মি৷ : য়েছ৷ : আপোনাৰ কাষত বাৰু কোনোবা আছেনে ? : নাই বহক৷ আগন্তুক যাত্ৰীজনক মই কৈ উঠিলোঁ। যোৰহাটৰ পৰা গুৱাহাটী অভিমুখী ট্ৰেভেলাৰখনে তেতিয়াও যাত্ৰা আৰম্ভ কৰা নাছিল৷ সময় তেতিয়া পুৱা ছয় বাজিছে৷ …

সম্পূৰ্ণকৈ পঢ়ক

বতাহী ঘৰ ( চিম্পী শইকীয়া )

পিছলৈ গৈ আছে দুয়োকাষৰ গছবোৰ, ঘৰবোৰ, আকাশৰ ক’লা কজলা ডাৱৰবোৰ৷ কিনকিন বৰষুণে বাছৰ খিৰিকীৰ কাঁচখন তিয়াইছে৷ তাৰ মাজেৰে দূৰলৈ চাই গৈ আছে দৰদী৷ মাজে মাজে পথাৰ, মাজে মাজে ঘৰ, সৰু-ডাঙৰ চহৰ, ওখ-চাপৰ গছ, মাজে মাজে …

সম্পূৰ্ণকৈ পঢ়ক

সাগৰ ( জনাৰ্দন গোস্বামী)

কাঁচৰ গিলাচত ফেনিল বীয়েৰ। সন্মুখত সুনীল সমুদ্র। আকণ্ঠ পিয়াহ। এনেহে লাগে যেন সাগৰখনকে শুহি খাম। বুটবুট ফেনবোৰ মাৰ যোৱাৰ পাছত চুমুক দিওঁ সোণালী গিলাচত। বিভোৰ হৈ চাই থাকোঁ ইটােৰ পাছত সিটাে ঢৌৱে গুজৰি গুমৰি কাৰােবাক …

সম্পূৰ্ণকৈ পঢ়ক

জিঞ্জিৰি ( পৰী পাৰবীন)

কাহিনীৰ অন্তিম পৰ্যায়: চবক… চবক… চবক… চবক । ৰাতি দুই বাজিছে । কাথনী বুঢ়ী শোৱাপাটীৰ পৰা ধহমহাই উঠিল । ক’ৰবাত কোৰেৰে মাটি খন্দাৰ শব্দ। টৰ্চটো আৰু লাঠিডাল লৈ কাথনী বুঢ়ী শব্দটোৰ ফালে আগবাঢ়িল। “নিমি মাজনী, …

সম্পূৰ্ণকৈ পঢ়ক

ক’লা গোলাপ ( গৌৰীশংকৰ ভূঞা)

“যেতিয়া আমি গাড়ীত গৈ থাকোঁ আৰু গাড়ীখনে হঠাতে ব্ৰেক মাৰি দিয়ে আমি আগলৈ হামখুৰি খাই পৰোঁ, এই অভিজ্ঞতা চাগে তোমালোকৰ নিশ্চয় হৈছে। পিছে ভা‌ৱি চোৱাচোন আমাকতো কোনো প্ৰকাৰৰ বল বা ফৰ্চে ঠেলি দিয়া নাই; তেনেহ’লে …

সম্পূৰ্ণকৈ পঢ়ক

মায়ামৃগ (প্ৰতীক্ষা প্ৰিয়ম )

ফেইচ বুকত সতকাই দেখি থকা মানুহজন এদিন নোহোৱা হ’ল। ষ্টেটাছ আৰু কথাবিলাকৰ পৰা চাই প্ৰচণ্ড জেদী আৰু খিঙখিঙীয়া যেন লগা মানুহজনে দৈনিক এটাকৈ আপলোড কৰা কবিতালানিৰ মাজত মায়াই নিজকে বিচাৰি পাবলৈ সক্ষম হৈছিল। কালক্ৰমত সেই কবিতা …

সম্পূৰ্ণকৈ পঢ়ক

ভগৱানৰ বিপদ ( মূল: মনোজ বসু, অনুবাদ: ড০ বৰ্ণালী বৰুৱা দাস )

ভগৱান সমস্যাত পৰিছে‌। শান্তি নাই‌। মানুহবোৰে চিঞৰি-বাখৰি‌ অতিষ্ঠ কৰি তুলিছে। যমক ক’লে — ‘তুমি অকমৰ্ণ্য‌৷’ ‘বহু চেষ্টা কৰিছো, ডাঙৰীয়া‌। নতুন নতুন বেমাৰ ওলাইছে, বেমাৰৰ বাবে দলে দলে ডাক্তৰো ওলাইছে‌। মৰিছেও এগাল‌। তথাপি, নকমে‌। কি কৰোঁ?’ ভগবানে …

সম্পূৰ্ণকৈ পঢ়ক