কবিতা

কাৰাবন্দী অখিল গগৈৰ বাবে এটা কবিতা ( কোকিল শইকীয়া )

পাৰিলে সিহঁতে তোমাক হত্যা কৰিব খোজে সিহঁতে অাইৰ মঙহেৰে তৃপ্তিৰে খাব খোজে   অাচলতে সিহঁতে নাজানে বুকুৰ তেজেৰেই খেতিয়কে কিদৰে প্ৰশমিত কৰিব পাৰে বাৰুদ খেতিয়কৰ হাতেই বজ্ৰাস্ত্ৰ কন্ঠই তৰ্জিত দিগন্ত   সিহঁতে মাথো টুপী পিন্ধিব …

সম্পূৰ্ণকৈ পঢ়ক

ভোক ( ভাস্কৰ ভূঞা )

এই যে জীয়াই আছোঁ তাড়নাবোৰ ভোক এই যে হাঁহি আছোঁ সপোনবোৰ ভোক সময়ত কাৰোবাৰ চোতালত নগ্ন হৈ নাচিছোঁ সময়ত মাজ ৰাতি যৌনতা বেচিছোঁ ফুটপাথত পাৰি লৈছো দুচকুৰ টোপনি ইফালে শিলৰ পাহাৰ এখন অনবৰতে ঢাকি থৈছোঁ …

সম্পূৰ্ণকৈ পঢ়ক

সত্য শস্য ( নীলকান্ত শইকীয়া )

বহুতে ভাবে খেতিয়কজন দুৰ্বল শ্ৰম কৰাজন দুৰ্বল কেও কিছু নথকা বিধবা তিৰোতাগৰাকী দুৰ্বল । গাঁও যি ভাল পায় তেওঁ দুৰ্বল মানুহক যি ভাল পায় তেওঁ দুৰ্বল পথাৰক যি ভাল পায় তেওঁ দুৰ্বল। যাক বন্ধুয়ে বিশ্বাসঘাতকতা …

সম্পূৰ্ণকৈ পঢ়ক

কোনেও নক’বা শেৱালিবোৰ ফুলি উঠিল বুলি ( গীতিৰেখা দত্ত )

কোনেও নক’বা শেৱালিবোৰ ফুলি উঠিল বুলি মোৰ চহৰত এতিয়া শৰতৰ অসময় প্লাষ্টিক অৰ্কিডৰ তোৰাত যিদৰে বসন্ত বাৰমাহে ফুলে বাথৰুমৰ চাৱাৰত যিদৰে বাৰিষাৰ বৰষুণ পৰে সেইদৰে হালধীয়া পৰ্দাবোৰত ৱালৰ বেঙুনীয়াবোৰত কোঠাৰ ভিতৰৰ বন্ধ বতাহত ৰুম ফ্ৰেছনাৰত …

সম্পূৰ্ণকৈ পঢ়ক

তোমাৰ প্ৰিয় ৰঙৰ এজোৰ পোচাক বিচাৰি (লীনা ফুকন গগৈ)

তোমাৰ প্ৰিয় ৰঙৰ এজোৰ পোচাক বিচাৰি চহৰখনৰ ধুনীয়া শ্বপিংমলৰ ভিন্নৰঙী কাপোৰৰ মাজত এদিন আবেলি নিজকে এৰি দিলোঁ খুঁচৰি খুঁচৰি ৰংবোৰলৈ দৃষ্টি এৰিলোঁ কোমলতা অনুভৱ কৰিব খুজি আলফুলে দুহাত বুলালো। আহ, মোৰ যে কি এই হাবিয়াস!! …

সম্পূৰ্ণকৈ পঢ়ক

সাধু , তিনিটা সাধু ( ভাৰ্গৱজ্যোতি বৰা )

অ’ই চা আজি জাকুৱা সীমান্তত কি উৰিছে কি উৰিছে চিলা চিলনী আৰু পাতিহাঁহৰ পাখিত ৰৈ ৰৈ ৰজনজনাই ৰাতিৰ ঢেকীয়াপতীয়া ৰাতি ঢেকীয়াপতীয়া হুদুমদেও সন্ধিয়া আজি হৰলাঙৰ বাতি আজি বাতি কঁপিছে আজি মাটি কঁপিছে আজি তোৰ ভৰিৰ …

সম্পূৰ্ণকৈ পঢ়ক

কিছুদিনৰ পৰা চকুৰ অসুখত ভুগিছোঁ ( ৰন্ জন্ কুমাৰ ৰেগন )

  আপুনি কয় এয়াই জাতি, মই আকৌ দেখোঁ হিন্দু বাংলাদেশী। আপুনি কয় এয়াই মাটি, মই আকৌ দেখোঁ চপৰা চপৰে খহা গৰা, খহনীয়া, মৃত আৰু মুমূৰ্ষু মথাউৰি, পট্টাহীন খিলঞ্জীয়া, আৰু আপোনাৰ উচ্ছেদৰ কিৰিলি… আপুনি কয় বোলে …

সম্পূৰ্ণকৈ পঢ়ক

মুখ ( অনিতা গগৈ )

  ( ‘অচিনা’ৰ কবি অমূল্য বৰুৱাৰ প্রতি শ্রদ্ধাৰে ) . নৈখনৰ পাৰলৈ উঠি আহিলোঁ কি নাহিলোঁ আমাৰ চকুবোৰ ধোঁৱা কোঁৱা . বজাৰত বতাহত হুৱাদুুৱা নেজাল তৰাৰ নেজত ধৰি কোঁ কোৱাই উৰি গৈছে মাংসপিণ্ডবোৰ . নামঘৰত …

সম্পূৰ্ণকৈ পঢ়ক