ইতিহাস

বিংশ শতিকাৰ প্ৰথম তিনিটা দশকত অসমত সংঘটিত চাহ-শ্ৰমিক আন্দোলনসমূহ/ তিনি (ডঃ কমল কুমাৰ তাঁতী)

(যোৱা সংখ্যাৰ পৰা) ১৯০৪ চনৰপৰা ১৯১৬ চনৰ মাজৰ সময়চোৱাত অসমৰ চাহ-বাগিছাসমূহত গঢ় লৈ উঠা এক বিশেষ বিদ্ৰোহৰ বিষয়ে কিছু কথা এই লেখাটোৰ জৰিয়তে আলোকপাত কৰিব বিচৰা হৈছে – যাক মই ‘হাট-বিৰোধী বিদ্ৰোহ’ বুলি অভিহিত কৰিব …

সম্পূৰ্ণকৈ পঢ়ক

বিংশ শতিকাৰ প্ৰথম তিনিটা দশকত অসমত সংঘটিত চাহ-শ্ৰমিক আন্দোলনসমূহ/ দুই (ডঃ কমল কুমাৰ তাঁতী)

( যোৱা সংখ্যাৰ পৰা) ১৯০০-১৯৩০ চনৰ সময়চোৱাত অসমৰ চাহ-বাগিছাসমূহত আদিবাসী চাহ-শ্ৰমিকসকলৰ নেতৃত্ত্বত সংঘটিত হোৱা শ্ৰমিক আন্দোলনসমূহৰ সম্পৰ্কে কিছু কথা এই লেখাৰ জৰিয়তে আলোকপাত কৰিব বিচৰা হৈছে ৷ ‘Forms of Labour Protest in Assam Valley Tea …

সম্পূৰ্ণকৈ পঢ়ক

বিংশ শতিকাৰ প্ৰথম তিনিটা দশকত অসমত সংঘটিত চাহ-শ্ৰমিক আন্দোলনসমূহ (ডঃ কমল কুমাৰ তাঁতী)

(১) ঐতিহাসিক তথ্য-পাতিসমূহ আৰু তদানীন্তন ব্ৰিটিছ চৰকাৰৰ বিভিন্ন চৰকাৰী নথি-পত্ৰৰ জৰিয়তে এই কথা স্পষ্টভাৱে প্ৰমাণিত হৈছে যে, বিংশ শতিকাৰ প্ৰথম তিনিটা দশকত, অৰ্থাৎ ১৯০০ চনৰপৰা ১৯৩০ চনৰ মাজৰ সময়চোৱাত, ঔপনিৱেশিক অসমৰ চাহ-বাগিছাসমূহত আদিবাসী চাহ-শ্ৰমিকসকলৰ নেতৃত্ত্বত …

সম্পূৰ্ণকৈ পঢ়ক

স্বাধীন অসমঃ সপোন আৰু বাস্তৱ (টুনুজ্যোতি গগৈ)

( যোৱা সংখ্যাৰ পাছৰ পৰা) কোম্পানীৰ আগমনত পোনতে অসমৰ সৰ্বসাধাৰণে স্বস্তিৰ নিশ্বাস কাঢ়িলেও কম দিনৰ ভিতৰতে কোম্পানীৰ অমানৱীয় শাসন-শোষণৰ কেকোঁৰা চেপাত তেওঁলোক বিদ্ৰোহী হৈ উঠিছিল৷ কোম্পানীৰ সেই খাজনা শোষণৰ প্ৰতিবাদত খাটিখোৱা কৃষকসকলে অসমৰ ঠায়ে ঠায়ে …

সম্পূৰ্ণকৈ পঢ়ক

স্বাধীন অসমঃ সপোন আৰু বাস্তৱ ( টুনুজ্যোতি গগৈ )

( যোৱা সংখ্যাৰ পাছৰ পৰা) পুৰন্দৰ সিংহই প্ৰথম তিনিবছৰ কোম্পানীক নিৰ্দ্ধাৰিত পৰিমাণৰ খাজনা দিবলৈ সক্ষম হ’লেও চতুৰ্থ বছৰত সেই পৰিমাণৰ খাজনা দিবলৈ সক্ষম নহ’ল৷ পঞ্চম বছৰত খাজনা দিবই নোৱাৰিলে৷ উল্লেখ্য যে ৰাজ প্ৰশাসনৰ চিৰস্তাদাৰ আৰু …

সম্পূৰ্ণকৈ পঢ়ক

স্বাধীন অসমঃ সপোন আৰু বাস্তৱ (টুনুজ্যোতি গগৈ)

বৃহত্তৰ নাগালিমৰ দাবীদাৰ এনএছচিএন(আই এম) আৰু ভাৰত চৰকাৰৰ মাজত চলি থকা শান্তি আলোচনাই এক নতুন গতি লাভ কৰাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছ৷ প্ৰাপ্ত খবৰ মতে, নগালেণ্ডে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ মাজত থাকিয়েই সুকীয়া পতাকা আৰু …

সম্পূৰ্ণকৈ পঢ়ক