মাতৰ মেল

বানান বিভ্ৰাট ( ডঃ ছবি )

আমাৰ সাধাৰণতে দুটামান খুব সঘনাই হৈ থকা বানান বিসংগতি আছে । কেতিয়াবা অন্তৰ্নিহিত কাৰণটো পাহৰি বা কেতিয়াবা অসাৱধানতাবশতঃ এনে বিসংগতি হয় । এই লিখনিত দুটামান উল্লেখ কৰিলোঁ। ১. খায়/খাই কৰ্তা, কৰ্ম, ক্ৰিয়া, অব্যয় ,…. এইবোৰ …

সম্পূৰ্ণকৈ পঢ়ক

ভাষাৰ ব্যৱহাৰ ( ডঃ ছবি গগৈ)

ভাষা এটা জীয়াই থাকে মানুহৰ মুখত। গ্ৰন্থৰ ভাষাটো এক শ্ৰেণীৰ মানুহৰ মাজতহে সীমিত হৈ থাকে । মুখৰ ভাষাটোৱে সমাজৰ বহল অংশ অধিকাৰ কৰি থাকে। বহু সময়ত মুখৰ ভাষাই লিখিত ভাষাটোক প্ৰভাৱিত কৰাও দেখা যায়। এই …

সম্পূৰ্ণকৈ পঢ়ক

লিংগ বিভ্ৰাট (ডঃ ছবি গগৈ)

পদবী, আসন, কৰ্ম আদি বিশেষণবোৰত লিঙ্গ বিচাৰ কৰাত বৰ খেলিমেলি হয় । সাধাৰণতে পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গ বিভাজনেৰে এইবোৰ শব্দক ব্যৱহাৰ কৰা হয় । কিন্তু এইবোৰ বিশেষণবাচক শব্দৰ লিঙ্গবিভাজন কৰিবই নালাগে । উদাহৰণঃ সভাপতি=সভানেত্ৰী/ সম্পাদক= সম্পাদিকা/ বিধায়ক=বিধায়িকাি/ …

সম্পূৰ্ণকৈ পঢ়ক

অসমীয়া ভাষা-সাহিত্যৰ ইটো-সিটো (এক) (ড° ছবি গগৈ)

চন্দ্ৰবিন্দুৰ ব্যৱহাৰ সম্পৰ্কে থকা খেলি মেলি দূৰ কৰিবলৈ হ’লে তাৰ অন্তৰালত থকা কথা দুটামান জানিবই লাগিব । অতি চমুকৈ মনত ৰাখিবলগীয়া কথা কেইটা হ’ল ….. ১. চন্দ্ৰবিন্দু হ’ল এটা অনুনাসিক ধ্বনি অৰ্থাৎ আধা নাকেৰে উচ্চাৰিত …

সম্পূৰ্ণকৈ পঢ়ক