চ’ৰাঘৰ / সম্পাদকীয়

সম্পাদকীয়

সভ্য কোন, বৰ্বৰ কোন? ( ডঃ যোগেন্দ্ৰ নাথ )

আমি অসমৰ ওচৰ-চুবুৰীয়া পাহাৰবোৰত বাস কৰা লোকসকলক প্রায়েই বর্বৰ বুলি কওঁ। কিয়নো, প্রায় সকলোৱে নিজৰ ঘৰতে বনোৱা মদ পান কৰে, গাহৰি-কুকুৰা আদি পালন কৰি জীৱিকাৰ পথ উলিয়াই লয়। অনেক ক্ষেত্ৰত তেওঁলোকৰ ধৰ্ম নাই৷ আমাৰ তথাকথিত …

সম্পূৰ্ণকৈ পঢ়ক

সম্পাদকীয় – বৌদ্ধিক চিন্তাৰ ধাৰণা

বোধ শব্দৰ পৰাই ‘বৌদ্ধিক’ শব্দটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰিব পাৰি৷ বোধ শব্দটোৰ অৰ্থ হ’ল, মনেৰে উপলব্ধি কৰা চেতনা৷ চিন্তাৰ ক্ষেত্ৰত মানুহৰ মনে বিভিন্ন পৰ্যায়ত ক্ৰিয়া কৰে আৰু সেই ক্ৰিয়াই বিষয়বস্তু অনুসৰি বিভিন্ন স্তৰত প্ৰৱেশ …

সম্পূৰ্ণকৈ পঢ়ক

সম্পাদকীয় – বৌদ্ধিক বিচাৰ অবিহনে আমি বৰ্বৰতাৰ অৰণ্যলৈ গতি কৰিম

ভাৰতৰ সৰ্বত্ৰে দুৰ্নীতিয়ে ইমান গভীৰলৈ শিপাই গ’ল যে সেই শিপা উভালি পেলোৱাটো আজি অসম্ভৱ হৈ পৰিছে৷ আমাৰ ৰাজনৈতিক নেতা-পালিনেতাৰ পৰা আৰম্ভ কৰি আমোলা-বিষয়া, দেশৰ সুৰক্ষা বাহিনীৰ শীৰ্ষ বিষয়াৰ পৰা আৰম্ভ কৰি লেন্স নায়কলৈ সকলোৱে দুৰ্নীতিৰ বোকাত …

সম্পূৰ্ণকৈ পঢ়ক