চ’ৰাঘৰ / সমকাল

সমকাল

প্ৰসংগ : ভীমবৰ দেউৰী৷৷ টুনুজ্যোতি গগৈ৷৷

যোৱা ৩০ অক্টোবৰত ‘আমাৰ অসম’ত প্ৰকাশিত ময়ূৰ বৰাৰ ‘সাহিত্যৰ গজদন্ত মিনাৰৰ পৰা পেংলাইসূচক পকা-মিঠৈ নিক্ষেপ : ড০ নিৰোদ কুমাৰ বৰুৱা সমীপেষু’ লেখাটো পঢ়ি আমিও কিছু কথা ক’বলৈ আগ্ৰহ অনুভৱ কৰিছোঁ। অসমৰ ৰাজনৈতিক ইতিহাসত ভীমবৰ দেউৰীৰ দৰে এগৰাকী প্ৰতিভাবান, বিচক্ষণ, দূৰদৰ্শী আৰু অসমপ্ৰেমী ব্যক্তি বেদনাদায়কভাবে উপেক্ষিত হৈ আহিছে বুলি ব্যক্তিগতভাৱে অনুভৱ …

অধিক চাওক

বিদায়; হে পিতৃ পণ্ডিত প্ৰবৰ

 ডঃ দীনেশ বৈশ্যৰ স্মৃতিচাৰণ বি বৰুৱা কলেজৰ পিতৃ সদৃশ, প্ৰথম batch ৰ ছাত্ৰ অধ্যাপক আৰু চতুৰ্থ তথা সৰ্বদীৰ্ঘ কালৰ অধ্যক্ষ, বিশিষ্ট ভাষা তত্ত্ববিদ, লোকতত্ববিদ, জাতি-ভাষা-সংস্কৃতিৰ সমন্বয়ৰ ঘাইখুঁটা ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য্যদেৱে আজি পুৱা হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে, ৯৪ বছৰ বয়সত। আজি দুপৰীয়া শ্মশানত গোট খোৱা মানুহ বিলাক …

অধিক চাওক

ছৱিয়েত সংঘৰ সন্দৰ্ভত প্ৰচলিত ৫০ বছৰীয়া মিথ্যাৰ অৱসান৷৷ কানাই গগৈ৷৷

১৯৩৪ চনৰ পৰা ১৯৮৭ চনলৈকে — এই ৫০ বছৰৰো অধিক কাল প্ৰায় সমগ্ৰ বিশ্বত এটা মিথ্যা প্ৰচলিত হৈ আছিল যে ১৯৩২-১৯৫৩ চনৰ কালছোৱাত (১৯৫৩ চনত স্তালিনৰ মৃত্যু হৈছিল) ছৱিয়েত সংঘত (‘Soviet’ শব্দটো অসমীয়ালৈ ‘ছৱিয়েত’ হিচাবে লিপ্যন্তৰ কৰাহে যুগুত, কিয়নো ৰুছ ভাষাত মূৰ্ধন্য ধ্বনি নাই; আনহাতেদি ইংৰাজীৰ ‘V’ বৰ্ণটো ‘ভ’ হিচাবে …

অধিক চাওক

উমৈহতীয়া শত্ৰুক চিনাক্ত কৰো আহক৷৷ দেৱব্ৰত গগৈ৷৷

২০১৬ চন পৰ্য্যন্ত আমাৰ মনলৈ এবাৰো ভাব অহা নাছিল যে কোনোবা অসমীয়া নেতাই কিবা কাৰণত অসমতে শতিকা জুৰি বসবাস কৰি থকা বঙালীলোক সকলক ঘৰে ঘৰে গৈ প্ৰাণৰ ভাবুকি দিব বুলি মন্তব্য কৰিব আৰু ঠিক তেনেকৈ অসমৰ অসমীয়ালোক সকলকো কোনোবা বঙালী নেতাই ঘৰে ঘৰে গৈ আক্ৰমণ কৰিব বুলি উচটনিমুলক মন্তব্য দিব। …

অধিক চাওক

সংকটৰ গ্ৰাসত কৃষিখণ্ড : ঐক্যবদ্ধ সংগ্ৰামৰ বিকল্প নাই৷৷ টুনুজ্যোতি গগৈ৷৷

যোৱা দুই অক্টোবৰত অৰ্থাৎ গান্ধী জয়ন্তীৰ দিনাই ৰাজধানী দিল্লীত চৰকাৰী বাহিনীয়ে কৃষক সমদলৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনা দুৰ্ভাগ্যজনক বুলি সকলোৱে একমুখে স্বীকাৰ কৰিছে। কৃষকসকলে ন্যায্য প্ৰাপ্যৰ দাবীত চলাই অহা প্ৰতিখন সংগ্ৰামক ৰাষ্ট্ৰযন্ত্ৰই বাৰে বাৰে ব্যৰ্থ কৰিবলৈ অপচেষ্টা চলাই আহিছে। আশাৰ বিষয় যে ৰাষ্ট্ৰযন্ত্ৰৰ সকলোধৰণৰ প্ৰতিবন্ধকতা নেওচি কৃষকসকল প্ৰান্তে প্ৰান্তে জাগি …

অধিক চাওক

অগপই প্ৰকৃত সত্যক উপলব্ধি কৰিবনে ? ৷৷ ভৱেশ নাথ৷৷

অসমত অসম গণ পৰিষদ(এজিপি) দলৰ জন্ম কি পৰিস্থিতিত হৈছিল, সেই কথা সচেতন ব্যক্তি মাত্ৰেই জ্ঞাত। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত গঢ় লৈ উঠা ছবছৰীয়া অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল ১৯৮৫ চনত অসম চুক্তিৰ মাজেৰে। তাৰ পৰৱৰ্তীকালত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গক লৈয়েই অসমক বিদেশী মুক্ত কৰাৰ সংকল্পেৰে গঠন হৈছিল অসম গণ …

অধিক চাওক

বৰপেটা সত্ৰত মহিলাৰ প্ৰৱেশৰ অধিকাৰ৷৷ ৰত্না ভৰালী তালুকদাৰ৷৷

বৰপেটা সত্ৰত মহিলাৰ প্ৰৱেশৰ অধিকাৰ – এই বিষয়টো সময়ে সময়ে চৰ্চা হৈ আহিছে। শেহতীয়াকৈ এক ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ ভিত্তিত বিষয়টো আইনৰদ্বাৰা হস্তক্ষেপৰ কৰাৰ প্ৰয়াসো আৰম্ভ হৈছে।চ’ছিয়েল মি়ডিয়াতো বিষটোৰ সন্দৰ্ভত সুস্থ বিতৰ্ক হোৱাটো শুভ লক্ষণ। সমাজ এখন পুৰুষ আৰু মহিলা উভয়ৰে সমষ্টি, গতিকে পুৰুষ আৰু মহিলাৰ সমান অধিকাৰ নাথাকিলে সমাজ …

অধিক চাওক

চাহ মজদুৰ মহিলাসকলৰ সমাজত এভুমুকি৷৷ দময়ন্তী গগৈ৷৷

‘এটি কলি দুটি পাত’ৰ দেশ অসম আৰু এই এটি কলি দুটি পাত অৰ্থাৎ চাহ গছৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত চাহ মজদুৰ সমাজৰ জীৱন। বৰ্তমান অসমৰ অবিচ্ছেদ্য অংগত পৰিণত হোৱা এই চাহ মজদুৰসকলৰ আগমন ঘটিছিল অসমত ইংৰাজ ৰাজত্বৰ আৰম্ভণিৰ লগে লগে। বিহাৰ, ছোটানাগপুৰ, উৰিষ্যা, তেলেংগানা আদি ঠাইৰ পৰা এইসকল লোকক ইংৰাজে আনিছিল …

অধিক চাওক