চ’ৰাঘৰ / ৰংঘৰ / চলচ্চিত্ৰ

চলচ্চিত্ৰ

বেগম জান, বিদ্যা বালান ইত্যাদি ( কুইলিন কাকতি )

‘বেগম জান’ চালোঁ। চিনেমাখনৰ কথা শুনি আছিলোঁ যদিও ইমানদিনে চোৱা হোৱা নাছিল। চিনেমাখন চাই শেষ কৰাৰ পাছত মই বহু সময় থৰ হৈ আছিলোঁ। কি কওঁ, কি ভাব প্ৰকাশ কৰোঁ ভাবিয়েই পোৱা নাই। পুৰুষতান্ত্ৰিক বলিউডত বিদ্যাই …

সম্পূৰ্ণকৈ পঢ়ক

আলিফাঃ এক ৰসোত্তীৰ্ণ বাস্তৱবাদী কথাছবি ( ডা: অজিত কুমাৰ পটঙ্গীয়া)

যিদিনা সৌন্দৰ্যৰ উপাসক প্ৰাচীন শিল্পীয়ে তেওঁৰ চাৰিওকাষে থকা জগত খনৰ বৈচিত্ৰতা আৰু অপৰূপ সৌন্দৰ্য্যত মুগ্ধ হৈ ৰং-তুলিকাৰ মূৰ্চ্ছনাত দৃশ্যমানক দৃশ্যপটত ধৰি ৰখাত ব্ৰতী হৈছিল, সিদিনা চলমান ৱাস্তৱৰ গতিক ইজেলৰ ওপৰত দৃশ্যপৰম্পৰাৰে জীৱন্ত কৰাৰ কল্পনা হয়তোবা …

সম্পূৰ্ণকৈ পঢ়ক

চলচ্চিত্ৰ যেতিয়া জীৱনবোধৰ দিশ হয় ( অনিতা ডেকা বৰা )

বিশ্ব চলচ্চিত্ৰত এক যুগজয়ী সৃষ্টি হ’ল দ্য বাইচাইকেল থীফ। ব্যক্তিৰ জীৱনৰ প্ৰতিটো খোজত ভগ্ন অৰ্থনৈতিক অৱস্থা আৰু ধৈৰ্যৰ এক অপূৰ্ণ সংমিশ্ৰণ। এক কথাত ক’ব গ’লে Cinematic Treatment of Actuality-ক সম্পূৰ্ণ বাস্তৱ সন্মত ভাবে প্ৰতিফলিত হোৱা …

সম্পূৰ্ণকৈ পঢ়ক

কথানদীৰ কথাৰে ( হিমজ্যোতি তালুকদাৰ )

অসমৰ লোকসাহিত্যৰ এক উৎকৃষ্ট সৃষ্টি হ’ল লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু। লোককথাক আধাৰ হিচাপে লৈ ৰচিত বুঢ়ী আইৰ সাধুত আছে হাস্যৰস, হিংসা, হত্যা, ঠগ-প্ৰবঞ্চনা, চতুৰতা, আদৰ-চেনেহ, লোভ আদি বিভিন্ন উপাদানৰ সমাহাৰ। শৈশৱতে বুঢ়ী আইৰ সাধুৰ …

সম্পূৰ্ণকৈ পঢ়ক

বকুল – এখন অগতানুগতিক ছবি (সীমা ভূঞা)

‘কৃষ্ণচূড়াৰ দেশ’ত অলপতে বিয়পিল ‘বকুল’ৰ সুবাস৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিউ বিল্ডিংস্থিত কনফাৰেন্স হল হৈ পৰিছিল ‘বকুলে’ৰে আমোলমোল৷ প্ৰাণভৰি উপভোগ কৰিলোঁ ‘বকুল’৷ মাথোঁ দুদিনমানৰ আগতে ‘প্ৰাগ চিনে এৱাৰ্ডছ’ত শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ সম্পাদনাৰ বঁটা লাভ কৰি সকলোৰে দৃষ্টি …

সম্পূৰ্ণকৈ পঢ়ক