চ’ৰাঘৰ / শিল্প (পৃষ্ঠা 4)

শিল্প

“নিজৰ জীৱনটোক লৈ মই সুখী”__ চিত্ৰশিল্পী দেবানন্দ উলুপ (সাক্ষাৎগ্ৰহণঃ প্ৰাণজ্যোতি নাথ)

স্বসৃষ্টি আৰু স্বগৰিমাৰে সৰ্বভাৰতীয় পৰ্যায়ত জিলিকি উঠা বিশিষ্ট অসমীয়া চিত্ৰশিল্পীজনেই হ’ল, মাৰ্ঘেৰিটাৰ উলুপৰ সুসন্তানঃ দেবানন্দ উলুপ। জন্ম মাৰ্ঘেৰিটাতে, ১৯৬৪ চনত। জন্মস্থান সম্পৰ্কে স্বভাৱশিল্পীগৰাকীয়ে নিজা অনুভৱ ব্যক্ত কৰিছে এনেদৰে– ‘মাৰ্ঘেৰিটা চহৰৰ উজনিৰ ফালে ডিবং, কেটেটং পাৰ হৈ মোৰ জন্মৰ গাঁও উলুপ। ইয়াতেই মই খেলা-ধূলা কৰি ডাঙৰ হৈছো। মাৰ্ঘেৰিটা অঞ্চলত চিংফৌৰ উপৰিও বহুতো …

অধিক চাওক

এখন নাৰীবিহীন সমাজৰ কথা ( নন্দিতা খাখলাৰী )

এগৰাকী মাতৃৰ প্ৰসৱ বেদনাৰ কাতৰ চিঞৰ। বাহিৰত ৰৈ আছে উদ্বিগ্ন স্বামী। সেই উদ্বিগ্নতাৰ ওৰ পেলাই কিছুসময় পিছত যেতিয়া এটি কণ্যা সন্তানৰ জন্ম হয়, গাঁওৰ প্ৰচলিত প্ৰথা অনুসৰি আপোন পিতৃয়ে তাইক গাখীৰত ডুবাই হত্যা কৰি পেলায়। প্ৰাৰ্থনা কৰে, যাতে অহাবছৰ এটি পুত্ৰ সন্তান জন্মে। ২০০৩ চনত মুক্তিপ্ৰাপ্ত আৰু শ্ৰী মণিষ ঝাৰ …

অধিক চাওক

চলচ্চিত্ৰ যেতিয়া জীৱনবোধৰ দিশ হয় ( অনিতা ডেকা বৰা )

বিশ্ব চলচ্চিত্ৰত এক যুগজয়ী সৃষ্টি হ’ল দ্য বাইচাইকেল থীফ। ব্যক্তিৰ জীৱনৰ প্ৰতিটো খোজত ভগ্ন অৰ্থনৈতিক অৱস্থা আৰু ধৈৰ্যৰ এক অপূৰ্ণ সংমিশ্ৰণ। এক কথাত ক’ব গ’লে Cinematic Treatment of Actuality-ক সম্পূৰ্ণ বাস্তৱ সন্মত ভাবে প্ৰতিফলিত হোৱা সফল ছবি। যুদ্ধোত্তৰ সময়ৰ পিছত ইটালীৰ নিবনুৱা সমস্যাই বিভিন্ন পৰিয়ালক গ্ৰাস কৰি তুলিলে। ৰোমৰ নিয়োগ …

অধিক চাওক

সমাজমুখী চিত্ৰশিল্পী কৰ্ণেল জিতেন হাজৰিকা ( ইন্দ্ৰনীল গায়ন )

No Great Artist sees things as they look, If he Ceasses to be an Artist – Oscar Wilde শিল্পী সত্ত্বাক আমি কোনো নিৰ্দিষ্ট পৰিসীমাৰ মাজত আবদ্ধ কৰি ৰাখিব নোৱাৰো৷ পৰিসীমাৰ সেই জেওৰা নথকাৰ বাবেই কিজানি চিত্ৰশিল্পী জিতেন হাজৰিকা সৰুৰে পৰাই সৃষ্টিশীলতাৰ প্ৰতি আকৰ্ষিত হৈছিল৷ তেওঁ সেই পৰিৱেশ নিজা ঘৰখনৰ পৰাই পাইছিল৷ শৈশৱতে …

অধিক চাওক

কথানদীৰ কথাৰে ( হিমজ্যোতি তালুকদাৰ )

অসমৰ লোকসাহিত্যৰ এক উৎকৃষ্ট সৃষ্টি হ’ল লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু। লোককথাক আধাৰ হিচাপে লৈ ৰচিত বুঢ়ী আইৰ সাধুত আছে হাস্যৰস, হিংসা, হত্যা, ঠগ-প্ৰবঞ্চনা, চতুৰতা, আদৰ-চেনেহ, লোভ আদি বিভিন্ন উপাদানৰ সমাহাৰ। শৈশৱতে বুঢ়ী আইৰ সাধুৰ প্ৰতিটো সাধুৰ লগতে হয়তো আমাৰ শৈশৱ অতিবাহিত হৈছিল। বহু ঋণাত্মক উপাদানেৰে ভৰা এই সাধুবোৰ শিশু …

অধিক চাওক

শিল্প দৰ্শনঃ (১) নৈঃসৰ্গ আলাপ (নাং চন্দ্ৰামিকা বৰা)

ছবিসমূহ ডাঙৰকৈ চাবলৈ ক্লিক কৰক!

অধিক চাওক

বকুল – এখন অগতানুগতিক ছবি (সীমা ভূঞা)

‘কৃষ্ণচূড়াৰ দেশ’ত অলপতে বিয়পিল ‘বকুল’ৰ সুবাস৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিউ বিল্ডিংস্থিত কনফাৰেন্স হল হৈ পৰিছিল ‘বকুলে’ৰে আমোলমোল৷ প্ৰাণভৰি উপভোগ কৰিলোঁ ‘বকুল’৷ মাথোঁ দুদিনমানৰ আগতে ‘প্ৰাগ চিনে এৱাৰ্ডছ’ত শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ সম্পাদনাৰ বঁটা লাভ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ৰীমা বৰা পৰিচালিত নতুন অসমীয়া ছবি ‘বকুল’৷ সাম্প্ৰতিক সময়ত নিৰ্মাণ হৈ …

অধিক চাওক