যোৱা শতিকাৰ ষাঠিৰ আৰম্ভণিতে মহেন্দ্ৰ বৰা সম্পাদিত মণিদীপৰ সাংস্কৃতিকী শিতানত ছপা হোৱা ৰবীন্দ্ৰনাথৰ এটা কবিতাৰ আধাৰত অঁকা, বেণু মিশ্ৰৰ ছবি-নিৰ্ঝৰেৰ স্বপ্নভংগ দেখি বিশেষভাৱে আনন্দিত হৈছিলোঁ। ভাবনা, ৰূপকল্পনা, অংকনদক্ষতা আৰু চিত্ৰভাষাৰ ফালৰপৰা ছবিখন সেই সময়ৰ অসমীয়া চিত্ৰকৰকেইজনৰ ছবিৰপৰা পৃথক, ব্যতিক্ৰমী, নতুন আছিল। ছবিখন তেওঁ বিশ্বভাৰতীৰ কলাভৱনৰ ছাত্ৰ হৈ থাকোঁতেই আঁকা। মিশ্ৰৰ …
অধিক চাওকজুৰি সন্দিকৈ গগৈৰ শিল্পকৰ্ম
আধুনিক অসমীয়া চিত্ৰকলা জগতত জুৰি সন্দিকৈ গগৈ এটি সম্ভাৱনাপূৰ্ণ নাম৷ বৰ্তমান সময়ত চিত্ৰকলাই হৈছে এক কলা,যাৰ সমাদৰ সৰ্বাত্মক তথা ক্ৰমবৰ্ধমান৷ এই ক্ৰমবৰ্ধমান কলাক উচ্চ পৰ্যায়লৈ লৈ যাবলৈ অহৰহ প্ৰচেষ্টা চলাই থকা নৱীন চিত্ৰশিল্পী জুৰি গগৈ সন্দিকৈয়ে কম সময়ৰ ব্যৱধানত ,এক্ৰাইলিক, তৈলআৰু ছাৰক’ল ব্যৱহাৰ কৰি বিভিন্ন বিষয়ৰ চিত্ৰ অংকনেৰে চিত্ৰামোদীৰ মাজত …
অধিক চাওকশোভা ব্ৰহ্মৰ ছবি : এটি সংক্ষিপ্ত টোকা ( নীলমণি ফুকন )
আধুনিক অসমীয়া চিত্ৰকলাৰ বিকাশ, বিৱৰ্তন আৰু প্ৰসাৰত শোভা ব্ৰহ্মৰ এটা তাৎপর্যপূর্ণ ভূমিকা আৰু অৱদান আছে। ব্ৰহ্ম বােধহয় আমাৰ সময়ৰ আটাইতকৈ গুৰুত্বপূর্ণ চিত্ৰকৰ। যোৱা শতিকাৰ ষাঠিৰ দশকৰপৰা এতিয়ালৈকে তেওঁ একেৰাহে ছবি আঁকি আছে, অজস্র ছবি। এতিয়াও সজীৱ, প্ৰাণৱন্ত হৈ আছে তেওঁৰ সৃজনশীল মন আৰু দৃশ্যগত চেতনা। ব্ৰহ্মৰ বিনম্র, মগ্ন, শান্ত, শিল্পীব্যক্তিত্বৰ …
অধিক চাওকজ্ঞানেন্দ্ৰ বৰকাকতীৰ ‘মতা কুকুৰাৰ ডাক’ ( ত্ৰিদিৱ দত্ত )
ডিঙি ফুলাই কুকৰাটোৱে ভৰ দুপৰীয়া ডাক দিছিল, অদ্ভূত এক অট্টহাস্যত নীৰৱতা ভাঙিছিল ক্ষত বিক্ষত শৰীৰ, বিদীৰ্ণ হিয়া। তথাপি সুগভীৰ আত্মবিশ্বাসত থিয় হৈ আছে তাৰ প্ৰতিবাদী সত্তা। জগাই দিয়া জগাই দিয়া। ডাক দিয়া ডাক দিয়া। এটা কাঠত কটা ভাস্কৰ্যৰ কথা আছিল সেয়া, শিল্পীৰ অন্তৰত জ্বলি থকা একুৰা জুইৰ পৰা উফৰি অহা …
অধিক চাওকজ্ঞানেন্দ্ৰ বৰকাকতিৰ শিল্পকৰ্ম
ছবিবোৰ ডাঙৰকৈ চাবলৈ ছবিখনত ক্লিক কৰক…
অধিক চাওকৰং আৰু ৰেখা, ছাঁ আৰু পোহৰত বিষ্ণু প্ৰসাদ ৰাভা
ছবিসমূহ ডাঙৰকৈ চাবলৈ ক্লিক কৰক…
অধিক চাওকমহাজীৱনৰ আঁৰৰ কথাঃ শিল্পী নীলপৱন বৰুৱা ( আমিনুল হক )
প্ৰতিজন সৃষ্টিশীল মানুহৰ মাজত এক দুৰ্বাৰ বাসনা থাকে– পৃথিৱীখনক এক সঠিক অন্য ৰূপত চাবলৈ। প্ৰতিজন শিল্পীৰ সৃষ্টিশীল কৰ্মবোৰত থাকে অভিজ্ঞ জীৱনৰ ৰূপৰেখা আৰু উপলব্ধি কৰিব বিচাৰে– এই বৈচিত্ৰ্যময় মানুহৰ অন্তহীন প্ৰেম আৰু যন্ত্ৰণা। তেওঁৰ কোনো উচ্চ অভিলাষ নাছিল, নাছিল প্ৰসিদ্ধ হোৱাৰ অভিপ্ৰায়– তেওঁ ভাল পাইছিল এক সহজ-সৰল জীৱন। পৃথিৱীৰ বিভিন্ন …
অধিক চাওকনৱাকাশৰ ছবি
যোৱা বিশ বছৰ ধৰি ভাৰতৰ উপৰি বিদেশৰ বিভিন্ন ঠাইৰ চিত্ৰ প্ৰদৰ্শনীত নিজৰ সৃষ্টিকৰ্ম প্ৰদৰ্শনেৰে ভূয়সী প্ৰশংসা বুটিলবলৈ সক্ষম হোৱা চিত্ৰশিল্পী নৱাকাশ এজন কবিও। পশ্চিম বংগৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা সুকুমাৰ কলা বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা শিল্পী জনৰ ‘আত্মগমন’ নামেৰে এখন কবিতা পুথিও প্ৰকাশ পাইছে।
অধিক চাওক