চ’ৰাঘৰ / বিকল্প গণমাধ্যম বিশেষ

বিকল্প গণমাধ্যম বিশেষ

ফেব্ৰুৱাৰি সংখ্যাৰ অতিথি সম্পাদকৰ কলম

সাম্প্ৰতিক সময়ত সংবাদ মাধ‍্যমৰ স্বচ্ছতা আৰু নৈতিকতাৰ ওপৰত সন্দেহ আৰু প্ৰশ্ন বাঢ়ি অহাৰ লগে লগে বিকল্প গণ মাধ‍্যমৰ বিষয়টো প্ৰাসংগিক হৈ আহিছে। সংবাদ মাধ‍্যম বুলিলেই সাধাৰণতে মনলৈ অহা ছপা মাধ‍্যম আৰু ইলেক্ট্ৰনিক মাধ‍্যম– দুয়োটাৰে ওপৰত …

সম্পূৰ্ণকৈ পঢ়ক

গ্ৰীণ লিটাৰেচাৰ ( নাজমা মুখাৰ্জী )

কাগজ-কলম লৈ বহি বহি লিখি থকাৰ দিন শেষ। কাগজ-কলম ব্যৱহাৰ নকৰি কম্পিউটাৰত লিখা সাহিত্যক গ্ৰীণ লিটাৰেচাৰ বা চমুকৈ গ্ৰীণ লিট্ বুলি কোৱা হয়। আজিকালি দুই ধৰণৰ অসমীয়া মানুহ পোৱা যায়। এবিধ পপ অসমীয়া আৰু আনবিধ …

সম্পূৰ্ণকৈ পঢ়ক

বিকল্প গণমাধ্যমৰ সময় আহিছে ( মনোৰম গগৈ )

গণতান্ত্ৰিক শাসন ব্যৱস্থাত গণ-মাধ্যম কিম্বা সংবাদ মাধ্যমৰ অতি গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা ইতিপূৰ্বে বহুলভাৱে চৰ্চিত হৈ আহিছে। সঠিকভাৱেই সংবাদ-মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি আখ্যা দিয়া হয়। ভাৰতীয় ৰাজনীতিত, বিশেষকৈ ক্ষমতাৰ হস্তান্তৰৰ পিছৰ ৰাজনৈতিক ইতিহাস আমি দেখি …

সম্পূৰ্ণকৈ পঢ়ক

ফেইচবুকঃ গণমাধ্যমৰ দাপোণ (ডঃ ছবি গগৈ)

ফেইচবুক এখন উকা কাগজ মাথোঁ । তাত আপুনি মই কি আঁকিম কি লিখিম নিজৰ নিজৰ কথা । কিন্তু এইটোও সঁচা যে এই উকা যেন লগা কাগজ খনক আমি চুই দিয়াৰ লগে লগেই ই আমাৰ সম্মুখত …

সম্পূৰ্ণকৈ পঢ়ক

বিকল্প সংবাদ মাধ্যম লাগে কিয়? ( মৃদুল কুমাৰ সন্দিকৈ )

সকলোতে সন্ধান কৰা হয় বিকল্প। তথাকথিত ব্যৱস্থা, ব্যক্তি বা মাধ্যমৰ ওপৰত আস্থা হেৰুৱালে বিকল্পৰ সন্ধান কৰাটো নিয়ম। শেহতীয়াকৈ অসমতো বিকল্পৰ সন্ধান আৰম্ভ হৈছে বিভিন্ন ক্ষেত্ৰত। ৰাজনীতি, সমাজ, সাহিত্য, সংবাদ মাধ্যম- সকলোতে বিকল্পৰ সন্ধান চলিছে। এই …

সম্পূৰ্ণকৈ পঢ়ক

নতুন মিডিয়া, নতুন সন্ত্ৰাস (মানস প্ৰতিম দত্ত )

চহৰৰ কোনোবাটো কোনত, কোনোবা দুজন বন্ধুৰ মাজত ধেমালিৰ চলত হতাহতি হ’ল৷ অন্য এজন বন্ধুৱে সেয়া মোবাইলত ভিডিঅ’ কৰিলে আৰু ছচিয়েল মিডিয়াত এৰি দিলে৷ ধৰা হওক, হতাহতি কৰা বন্ধু দুজন দুই ভিন্ন ধৰ্মৰ সাজত আছিল৷ লক্ষ …

সম্পূৰ্ণকৈ পঢ়ক

অন্য এক গুজৰাট মডেল ( মনস্বিনী মহন্ত )

প্ৰধানমন্ত্ৰী মোদীৰ দেশ (ঠাই) গুজৰাটৰ ব্যৱসায় কেন্দ্ৰিক জীৱন যাপনৰ আৰ্হিৰ ফল-প্ৰতিফলৰ বিষয়ে সঘনাই আলোচনা-বিতৰ্কই সঘনাই বিদ্বৎ অথবা ছদ্মবেশী বিদ্বৎমহলৰ মেজত, কলমত অথবা কম্পিউটাৰৰ স্ক্ৰীণত আলোড়ন কৰি থকাৰ প্ৰেক্ষাপটত গুজৰাট তথা গুজৰাটীসকলৰ ভালেমান অন্যান্য সদগুণ অথবা …

সম্পূৰ্ণকৈ পঢ়ক

বাটৰ কেনভাছ : বিকল্প গণসংযোগৰ প্ৰচেষ্টা ( নীলাভ সৌৰভ )

‘বাটৰ কেনভাছ , অসম’ ৰ আৰম্ভ হয় বাটতেই আঁৰি দিয়া এখন কেনভাছত সমুহীয়াভাৱে ছবি অঁকা এটা মুহূৰ্তৰ পৰা । নগাঁও জিলাৰ ৰহাৰ দীঘলিআটি নামে ঠাইত ২০০২ চনতে আৰম্ভ কৰা এই ‘বাটৰ কেনভাছ , অসম’ ক …

সম্পূৰ্ণকৈ পঢ়ক