চ’ৰাঘৰ / পৰ্যালোচনা

পৰ্যালোচনা

জুবিন প্ৰতিভাৰ এক সমাজতাত্ত্বিক মূল্যায়ন ( টুনুজ্যোতি গগৈ )

অসমৰ সংগীত ৰসিকসকলৰ বাবে ৱেষ্ট ইণ্ডিজৰ অন্যতম দ্বীপৰাষ্ট্ৰ জামাইকাৰ অসাধাৰণ সংগীত প্ৰতিভা ৰৰ্বাট মাৰ্লে বা বব মাৰ্লে এক পৰিচিত নাম৷ পুঁজিপতিৰ দ্বাৰা নিয়ন্ত্ৰিত প্ৰচাৰ মধ্যেমে মাৰ্লেক এগৰাকী প্ৰভাৱশালী গায়ক, গীতিকাৰ আৰু সংগীত পৰিচালক বুলি স্বীকৃতি …

সম্পূৰ্ণকৈ পঢ়ক

মহাপ্ৰস্থান ( অভিজিৎ কলিতা )

মহাভাৰত মোৰ সকলোতকৈ প্ৰিয় মহাকাব্য। ইয়াৰ কাহিনী যিমান শক্তিশালী, সিমানেই (যদি তাতকৈ বেছি নহয়) শক্তিশালী চৰিত্ৰ নিৰ্মাণ আৰু চয়ন। মহাভাৰতত সকলো চৰিত্ৰকে যথোপযুক্ত গুৰুত্ব দিয়া হৈছে, সৰু চৰিত্ৰ এটাকো প্ৰয়োজনীয় সন্মান আৰু সময় দিয়াত কৃপণালি …

সম্পূৰ্ণকৈ পঢ়ক

মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত শ্ৰমিক জীৱনৰ চিত্ৰ (টুনুজ্যোতি গগৈ)

স্বাধীনতা পৰৱৰ্তী কালৰ অসমীয়া উপন্যাস সাহিত্যক নতুন আৰু বৰ্ণাঢ্য বিষয়বস্তুৰে সমৃদ্ধিশালী কৰা ঔপন্যাসিকসকলৰ ভিতৰত মামণি ৰয়ছম গোস্বামী (১৯৪২-২০১১) অন্যতম৷ গোস্বামীৰ ‘চেনাবৰ সোঁত’ (১৯৭২), ‘নীলকন্ঠ ব্ৰজ’ (১৯৭৬), ‘অহিৰণ’ (১৯৮০), ‘মামৰে ধৰা তৰোৱাল’ (১৯৮০), ‘দঁতাল হাতীৰ উঁয়ে …

সম্পূৰ্ণকৈ পঢ়ক

উত্তৰ-ঔপনিৱেশিকতাবাদী সমালোচনাঃ চমু আলোকপাত ( সীমা ভূঞা )

‘উত্তৰ-ঔপনিৱেশিকতাবাদ’ শব্দটো ইংৰাজী ‘Post Colonialism’ শব্দৰ অসমীয়া প্ৰতিশব্দ৷ ব্যুৎপত্তিগত দিশলৈ লক্ষ্য কৰিলে দেখা যায় যে ‘Colonialism’ শব্দটো ৰোমান শব্দ `Colonia` ৰ পৰা আহিছে৷ ইয়াৰ সাধাৰণ অৰ্থ হৈছে, যিসকল লোক ৰোমৰপৰা বাহিৰত থাকি ব্যৱসায় বাণিজ্য কৰে, …

সম্পূৰ্ণকৈ পঢ়ক

জুবিন গাৰ্গ ক’ত হেৰাই গ’ল? ( সমুদ্ৰ কাজল শইকীয়া )

অসমৰ সংগীত জগতৰ ইতিহাসত জুবিন গাৰ্গ চিৰদিনৰ বাবে এটা ট্ৰেজেডী হৈ ৰ’ব। কথাষাৰ বিতৰ্ক-উদ্ৰেককাৰী আৰু আখজা লাগিলেও এই কথাষাৰ কেনেকৈ আৰু কিয় ক’ব লগা হ’ল তাৰ আঁতি-গুৰি বিচাৰিয়েই কিছু কথা আলোচনা কৰিম। আজিৰ পৰা কুৰি …

সম্পূৰ্ণকৈ পঢ়ক

অতি সাম্প্ৰতিক কালৰ অসমীয়া ‘জনপ্ৰিয়’ গীত ( সীমা ভূঞা )

‘গীত’ শব্দৰ আভিধানিক অৰ্থ হৈছে গান বা সুৰ লগাই গোৱা পদ্য৷ ধ্বনি, ছন্দ, সুৰ-তাল-লয় আদি সাংগীতিক বৈশিষ্ট্যৰ লগত ব্যক্তিনিষ্ঠ অনুভৱৰ কলাত্মক প্ৰকাশ ঘটাব পৰাকৈ সাৰ্থক শব্দচয়নৰ সমাহাৰ ঘটিলে তাকে ‘গীতিসাহিত্য’ ৰূপে অভিহিত কৰিব পৰা যায়৷ …

সম্পূৰ্ণকৈ পঢ়ক

অতি সাম্প্ৰতিক অসমীয়া কবিতা ( অজিৎ কলিতা )

সাম্প্ৰতিক অসমীয়া কবিতাই ৰূপবস্তু, ভাববস্তু আৰু বিষয়বস্তু– তিনিওটা ক্ষেত্ৰতে বৈচিত্ৰ্য লাভ কৰি অসমীয়া সাহিত্য-ভড়ালক সমৃদ্ধিশালী কৰি তুলিছে৷ এই কথাখিনি বিচাৰ কৰি চাবলৈ আমি নগেন শইকীয়া, ৰবীন্দ্ৰ সৰকাৰ, ৰবীন্দ্ৰ বৰা, আনিচ উজ জামান, অনুভৱ তুলসী, জীৱন …

সম্পূৰ্ণকৈ পঢ়ক