মঙ্গলবাৰ , চেপ্তেম্বৰ 25 2018
দ্বিতীয় বছৰ, দ্বাদশ সংখ্যা, ছেপ্টেম্বৰ, ২০১৮
চ’ৰাঘৰ / প্ৰকৃতি

প্ৰকৃতি

সেউজীয়া অৰ্থনীতি কিমান সেউজীয়া?৷৷ ইন্দ্ৰজিৎ বৰা৷৷

পৰিৱেশ বিজ্ঞানৰ অগ্ৰগতিয়ে বিশ্ব পৰিৱেশ দিৱসৰ আনুষ্ঠানিকতাকেই প্ৰত্যাহ্বান জনাব পাৰে নেকি? বিজ্ঞান আৰু প্ৰযুক্তিগত ক্ষমতাৰ সম্প্ৰসাৰণ আৰু পৰিৱেশ সঞ্চালনৰ মাপকাঠি উন্নিতকৰণৰ কোনো গত্যন্তৰ নাই। পৰিবেশ বিজ্ঞান নতুবা জলবায়ুৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত প্ৰতিষ্ঠিত জ্ঞানৰ সহায়ত এক কাৰ্যকৰী মাপকাঠিৰ ভিত্তিত মানৱ প্ৰযুক্তিৰ পৰিৱেশৰ ওপৰত থকা প্ৰভাৱ নিৰ্ধাৰণ (Environmental Impact Assessment) কৰা হয়। গতিকে সঠিক মাপকাঠি …

অধিক চাওক

বিয়েৰ গ্ৰিলচ : মানুহ বনাম প্ৰকৃতি ( শুভম গোস্বামী )

মানুহজনৰ দুঃসাহসিক অভিযানবোৰে সদায় মুগ্ধ কৰে, বাৰে বাৰে তেখেতৰ অদম্য মনটোৰ প্ৰেমত পৰোঁ। আচৰিত হওঁ তেখেতৰ ধৈৰ্য্য আৰু যিকোনো পৰিস্থিতিৰ সৈতে যুঁজাৰ দক্ষতা আৰু মানসিক সক্ষমতা দেখি। হয়, তেওঁ আন কোনো নহয়, Man Vs Wild টেলিভিছন ছিৰিজটোৰ জৰিয়তে জনপ্ৰিয় হোৱা Discovery চেনেলটোৰ অন্যতম তাৰকা, দুঃসাহসিক অভিযানকাৰী বিয়েৰ গ্ৰিলচ, যাক চিনি …

অধিক চাওক

জুক’ ভেলী যাত্ৰা আৰু এটা ৰাতি ( পাৰ্থ প্ৰতিম কলিতা )

সপোনটোৰ আৰম্ভণি: এটা সপোন আছিল (আছে)। এদিন বৰ্ণময় পখিলাৰ দৰে মই গৈ থাকিম¸ গৈয়ে থাকিম। চৌপাশে থাকিব সেউজীয়া আৰু সেউজীয়া । সিদিনা মোৰ কোনো বাধা নাথাকিব¸ মন গ’লে দৌৰিম¸ চিঞৰিম¸ গান গাম¸ কবিতা মাতিম¸ আসঃ। মোৰ মূৰৰ ওপৰত থাকিব এখন নীলিম আকাশ¸ শান্ত¸ সৌম্য। মেঘবোৰ দৌৰিব¸ মোক চুই যাব আৰু …

অধিক চাওক

দহিকতৰাৰ কথা ( ড° লোচন শইকীয়া )

পাকঘৰৰ দক্ষিণফালৰ খিড়িকীখন লাহেকৈ শব্দ নোহোৱাকৈ খুলি ইন্দিৰাই পকী বেৰখনলৈ চাই উৎফুল্লিত হৈ উঠিল। আহিছে, আহিছে চৰাই কেইটাই ফুৰু-ফুৰুকৈ ঠাইতে পাকটো মাৰি পকী বেৰখনৰ ওপৰত পৰিলহি। এতিয়া নাচি নাচি ডিঙিতো ফুলাই ফুলাই গীত জুৰিব । অহৰহ কুই, কুই, কুইই, কুইইই, কুই, কুই, কুইট। আহ কি মন জুৰুৱা মাত । যেন …

অধিক চাওক

বাঘৰ আক্ৰমণ ( ঘনশ্যাম ৰাজবংশী)

লিখিবলৈ লৈছোঁ নাহৰফুটুকী বাঘৰ কথা। ঘটনাটো হৈছিল আজি দুই তিনি বছৰৰ আগতে গুৱাহাটীৰ শিলপুখুৰীৰ ওচৰত। বাঘটো পাহাৰ পৰা ওলাই আহিছিল জনসমুদ্ৰলৈ। সি জনা নাছিল ওলাই গ’লে যে মানুহৰ ঘৰবোৰ দেখিব। বাঘ তিনিটা কাৰণত নিজৰ এলেকাৰ পৰা ওলাই যায়। প্ৰথম যেতিয়া মিটিং টাইম হয় সেই সময়ত মাকৰ লগত থকা প্ৰাপ্তবয়স্ক হোৱা …

অধিক চাওক

গঁড় (ঘনশ্যাম ৰাজবংশী)

সকলোয়ে জানে গঁড় অসমৰ জাতীয় সম্পদ । বিশ্বত পোৱা গঁড়ৰ সংখ্যা বিশেষকৈ এশিঙীয়া গঁড়ৰ ৭৫ শতাংশ অসমতে আছে । এবাৰ বৃটিছ ভায়চৰয়জ লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জনক লগত লৈ কাজিৰঙা চাবলৈ আহিছিল পশু সন্ধানক ( animal tracker) বিষয় লৈ । সেই সময়ত কাজিৰঙাত মুকলিকৈ পশু চিকাৰ কৰিব পাৰিছিল । মাটিকালিও কম …

অধিক চাওক