মঙ্গলবাৰ , চেপ্তেম্বৰ 25 2018
দ্বিতীয় বছৰ, দ্বাদশ সংখ্যা, ছেপ্টেম্বৰ, ২০১৮
চ’ৰাঘৰ / ঢোলবাদ্য বিশেষ

ঢোলবাদ্য বিশেষ

চাহ জনগোষ্ঠীয় সমাজৰ লোকবাদ্যসমূহ (সমীৰ ৰবিদাস)

ব্ৰুচ চাহাবে ১৮২৩ চনতে চাহ গছ আৱিষ্কাৰ কৰা দিনৰে পৰা আজি পর্যন্ত এক দীঘলীয়া ইতিহাসেই হ’ল অসমৰ চাহ খেতি তথা অসমৰ চাহ জনগোষ্ঠীৰ ইতিহাস। ১৮৫৮-৫৯ চনৰ পৰা আৰম্ভ কৰি অসমৰ চাহ বাগিচাসমূহত কাম কৰিবলৈ অসমৰ বাহিৰৰ পৰা ১৮৬১ চনৰ পৰা ১৯০১ চনলৈ আৰু ১৯০২ পৰা ধাৰাবাহিকভাৱে ১৯৩৭ চনলৈকে প্রায় চাৰে …

অধিক চাওক

এপ্ৰিল সংখ্যাৰ সম্পাদকীয়

বিশ্বায়নৰ প্ৰচণ্ড বতাহে অসমৰ সমাজ জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন কঢ়িয়াই আনিছে৷ এই পৰিৱৰ্তন স্বাভাৱিক প্ৰক্ৰিয়া৷ আচলতে স্থানুধৰ্মিতা সংস্কৃতিৰ লক্ষণ নহয়৷ যুগে যুগে সংস্কৃতিৰ ৰূপান্তৰ ঘটি থাকে আৰু এই ৰূপান্তৰৰ ভাল-বেয়া দুটা দিশ থাকে৷ সেই ৰূপান্তৰহে গ্ৰহণযোগ্য, যি পুৰাতন প্ৰমূল্যবোধক নসাৎ নকৰে৷ পশ্চিমীয়া সংস্কৃতিও গ্ৰহণযোগ্য হ’ব পাৰে, যদিহে ই আমাৰ পুৰাতন সংস্কৃতিক …

অধিক চাওক

ঢোল সম্ৰাট সোমনাথ বৰা ওজাৰে কাব্য নয়নীৰ কথোপকথন

তিনি বছৰ বয়সৰ পৰাই ঢোলটোক আপোন কৰি লৈছিল “ঢোল সম্ৰাট” সোমনাথ বৰা ওজাই। বোকাখাতৰ গুৰ যোগনীয়া গাঁৱত ১৯৬৪ চনৰ ৬ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা এই শিল্পীজনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ চেনেহৰ ঢোলটিক প্ৰতিষ্ঠা কৰিছে। তেখেতৰ সৈতে হোৱা কথোপকথনৰ সম্পাদিত ৰূপ ‘বৌদ্ধিক বিচাৰ’ৰ পাঠকৰ বাবে নিবেদন কৰিলো৷ ১.  অসমৰ প্ৰাচীনতম লোকবাদ্য ঢোলৰ প্ৰতি …

অধিক চাওক

ডিমৰীয়া কাৰ্বিসকলৰ লোকবাদ্য ঢোল ( চন্দন মহন্ত )

অসমৰ সেউজ পাহাৰ অঞ্চলত বসবাস কৰা জনগোষ্ঠী বুলিলে প্রথমেই মনলৈ আহে কাৰ্বিসকলৰ কথা। প্রকৃতিৰ সেউজীয়াৰ নিভৃতত বাস কৰা কাৰ্বিসকল হ’ল অসমৰ অন্যতম প্রধান আদিম জনগোষ্ঠী। পূৰ্বৰ মিকিৰ পাহাৰ আৰু বৰ্তমানৰ কার্বি আংলং জিলাৰ বিস্তীর্ণ সেউজ ভূমিতেই কাৰ্বিসকলৰ মুখ্য নিৱাস যদিও অসমৰ বিভিন্ন জিলাৰ বিভিন্ন অঞ্চলতো কার্বি লোকৰ বসতি আছে। ১৯৫১ …

অধিক চাওক

তিৱা জাতি আৰু ঢোলবাদ্য ( মুংছাজ বৰ্ণালী আম্ফি মান্তা)

নৃত্য-গীত প্ৰিয় তিৱাসকলৰ বিভিন্ন সামাজিক কৰ্ম,পূজা-পাতল,উৎসৱ-পাৰ্বণ আদি প্ৰতিটো দিশতেই গীত-নৃত্য,ঢোলবাদ্য বা আন আন বাদ্যযন্ত্ৰৰ পয়োভৰ দেখা যায় ৷ তিৱা ভাষাত ঢোলক খ্ৰাম বুলি কোৱা হয় ৷ তিৱা লোক নৃত্য আৰু লোকসঙ্গীতত পৰম্পৰাগতভাৱে ব্যৱহাৰ হোৱা কেইবিধমান ঢোলবাদ্য হ’ল – খ্ৰামঃ খ্ৰাম হ’ল সৰু আকৃতিৰ ঢোল ৷ খ্ৰামৰ আকৃতি ঢোলতকৈ দীঘল আৰু খোলতকৈ …

অধিক চাওক

কাৰ্বি লোকবাদ্য ( মুৰুলীধৰ দাস)

অসমৰ আন আন জনগোষ্ঠীৰ লেখীয়াকৈ কাৰ্বিসকলো উৎসৱপ্রিয় আৰু সংগীতময় জনগোষ্ঠী। তেওঁলোকৰ এনে এটা লোকনুষ্ঠান নােলাবঃ য’ত তেওঁলোকৰ পৰম্পৰাগত লোকগীত এটা পৰিৱেশন নহ’ব, লোকনৃত্য এটা নানাচিব বা লোকবাদ্য এটা নবজাব। আনকি মৃত ব্যক্তি এগৰাকীৰ কাষতো বিননি তুলি গীত গোৱা আৰু লোকবাদ্য বজোৱা হয়। এই প্ৰবন্ধত কাৰ্বিসকলৰ লোকবাদ্যসমূহৰ সম্যক পৰিচয় এটা দাঙি ধৰাৰ …

অধিক চাওক

অসমৰ লোক-বাদ্য ঢোল ( মিনুৰেখা গগৈ )

অসমৰ বিভিন্ন লোকবাদ্যসমূহৰ ভিতৰত পুৰণি বাদ্যটােৱেই হ’ল ঢোল। ঢোলক বাদ দি অসমীয়া বিহুটিৰ কথা ভাবিব পৰা নাযায়। অসমীয়া সংস্কৃতি, অসমীয়া জনজীৱনৰ লগত ঢোল ওতঃপ্রোতভাৱে জড়িত। ড° লীলা গগৈদেৱৰ ভাষাত— ‘ঢোল পুৰুষৰ জেউতি চৰােৱা অসমীয়া সংস্কৃতিৰ আপুৰুগীয়া সম্পদ।” যোগেশ দাসদেৱৰ ভাষাত—“ঢোলটােৰ মাজত অসমীয়া জীৱনটােৱেই সোমাই আছে।” অতীজৰে পৰাই অসমত ঢোলৰ ব্যৱহাৰ …

অধিক চাওক

ঢোল সংস্কৃতিঃ অতীত আৰু বর্তমান ( কস্তুৰী চুতীয়া)

‘আদি সত্য যুগে বাদ্য ভৈলা উতপন। কৈলাশৰ মহাদেৱ ঢোলৰ জনম।’ প্রবাদ আছে যে সত্য যুগতে মহাদেৱৰ দ্বাৰা ঢোলৰ সৃষ্টি হৈছিল। অর্থাৎ ঢোল এক প্রাচীনতম বাদ্য। ভাৰতৰ নাট্যশাস্ত্ৰতো ঢোলৰ উৎপত্তি সম্বন্ধে ভিন্ন আখ্যান আছে ঋকবেদ’, ‘অথর্ব বেদ’, ‘সংহিতা’, ‘উপনিষদ” আদি গ্রন্থতো ঢোলজাতীয় বাদ্যৰ উল্লেখ আছে। প্রাচীন অসমীয়া পুথি আৰু তামৰ ফলিতো …

অধিক চাওক