চ’ৰাঘৰ / জীৱন জীৱন বৰ অনুপম

জীৱন জীৱন বৰ অনুপম

জুলাই সংখ্যাৰ সম্পাদকীয়

“বিশেষ ভাৱে সক্ষম ব্যক্তি” বুলিলেই সকলোৱেই তেওঁলোকৰ প্ৰতি দৰদী হৈ পৰে। এইসকল লোকে সঁচাকৈ জানো আনৰপৰা পুতৌ বিচাৰে ?এই যে বহুতে হঠাৎ কৈ দিয়ে প্ৰতিবন্ধী এজনক–“বেয়াই লাগে ল’ৰাটোলৈ বা ছোৱালীজনীলৈ৷ ” এনে মন্তব্যত আচলতে কি …

সম্পূৰ্ণকৈ পঢ়ক

মানৱ অধিকাৰ আৰু বিশেষভাবে সক্ষম ব্যক্তিসকল ( মিণ্টু কুমাৰ )

লেখাটিৰ শিৰােনামাতে অন্তর্নিহিত হৈ আছে লেখাটিৰ মূল বিষয়-বস্তুৰ এক সম্যক ধাৰণা৷ বিশেষ ভাৱে সক্ষম ব্যক্তিসকলৰ মানৱ অধিকাৰ সম্পর্কে এক চমু আৰু বিশ্লেষণাত্মক আলোচনা কৰাই হৈছে এই লেখাটিৰ মূল উদ্দেশ্য। মানৱ অধিকাৰ হৈছে এনে কিছুমান অধিকাৰ …

সম্পূৰ্ণকৈ পঢ়ক

বিহগী কবিৰ জীৱন আৰু কাব্য ব্যক্তিত্ব ( শ্ৰুতিশিখা গোস্বামী ) 

“শুনাহে এবাৰ পখী অভাগাৰ বাণী নালাগে পাৰ্থিব সুখ নকৰোঁ মনত দুখ তোমাৰ লগতে উৰি যাওঁ বিহংগিনী সদায় বৈছে য’ত প্ৰেম মন্দাকিনী ।” প্ৰকৃতিৰ বিনন্দীয়া সৌন্দৰ্যৰাজিক শব্দৰ মায়াজালেৰে বান্ধিব খোজা বিহগী কবি খ্যাত ৰঘুনাথ চৌধাৰীৰ জন্ম …

সম্পূৰ্ণকৈ পঢ়ক

প্ৰতিবন্ধী শিশুৰ আশ্ৰয় গৃহ “কৌমুদালয়” ( পুৰুষোত্তম কলিতা )

‘কৌমুদালয়’। মানে জোনাকৰ আলয়। জোনাকৰ স্নিগ্ধতা আছে, কিন্তু উত্তাপ নাই। স্নিগ্ধতা আৰু পৱিত্ৰতা লৈ পৃথিৱীত জন্মগ্ৰহণ কৰে প্ৰতিটো শিশুৱেই। কিন্তু সমাজৰ কপটতা-কুটিলতাই সৃষ্টি কৰে এজন হৃদয়্হীন দানৱ আৰু অপৰাধীৰ। সদ্যোজাত প্ৰতিটো শিশুৰে থাকে জীয়াই থাকি …

সম্পূৰ্ণকৈ পঢ়ক

দিব্যাংগসকলৰ কথাৰে ( মানসী বৰা )

যোৱা বছৰৰ কথা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্ষ্ট ষ্টেট ডেলাৱেৰত বাছেৰে এঠাইলৈ গৈ আছোঁ। এটা ষ্টপেজত বাছখন ৰ’ল। দর্জা মুখলৈ ভূমুকিয়াই দেখিলোঁ। অট’মেটিক হুইল চেয়াৰসহ আদহীয়া মানুহ এজন বাছত উঠিবলৈ লৈছে। ইমান ওখ বাছখনত হুইল চেয়াৰৰ সৈতে …

সম্পূৰ্ণকৈ পঢ়ক

আমাৰ দোষ কি? ( সুদেষ্ণা প্ৰিয়ম্বদা )

বৰ্তমান সমাজত শাৰীৰিক প্ৰতিবন্ধীসকলক বিশেষ ভাৱে সক্ষম, দিব্যাংগ আদি বুলি কোৱা হয়। সকলো পিতৃ-মাতৃয়ে সপোন দেখে এটি সবল সুস্থ সন্তানৰ জন্মদাতা হ’বলৈ। কাৰোবাৰ সপোন ভবাৰ দৰে ফলিয়ায় আৰু তেওঁলোকৰ ঘৰখনত আনন্দৰ বন্যা নামে। আন কাৰোবাৰ …

সম্পূৰ্ণকৈ পঢ়ক

প্ৰীথি শ্ৰীনিৱাসন: ক্ৰিকেটৰ পৰা হুইলচেয়াৰলৈ ( ৰুবী বৰা )

প্ৰীথি শ্ৰীনিৱাসন এক ব্যক্তিত্ব, যাক অচল শৰীৰেও জীৱন যুঁজত বাধা দি ৰাখিব নোৱাৰিলেঃ যি হৈ পৰিল বিশেষভাৱে সক্ষম সকলো ব্যক্তিৰ বাবে প্ৰেৰণাৰ থল, আশাৰ প্ৰদীপ। ১৯৭৯ চনৰ ৫ ছেপ্তেম্বৰত চেন্নাইত জন্ম গ্ৰহণ কৰা প্ৰীথি শ্ৰীনিৱাসন …

সম্পূৰ্ণকৈ পঢ়ক

“ৰ’ড ষ্টাৰ”ৰ এখন মঞ্চ ( নীলিম আকাশ কাশ্যপ )

(১) মানুহৰ এটা জুম। কিনো হৈছে জনাৰ অভিপ্ৰায়েৰে খোজ আগবঢ়ালোঁ জুমটোৰ ফালে। মানুহ ঠাহ খাইছে। পথৰ দাঁতিত বহি আছে এজন লোক, তেওঁলৈ সকলোৰে দৃষ্টি। গল মেলি মানুহজনলৈ চালোঁ। চুটি চুটিকৈ কটা চুলিৰে মানুহজনৰ মুখখনৰ অধিকাংশ …

সম্পূৰ্ণকৈ পঢ়ক