চ’ৰাঘৰ / উপন্যাস

উপন্যাস

দেৱী৷৷ মূল : হুমায়ূন আহমেদ, অনুবাদঃ বৰ্ণালী দত্ত৷৷

১. মাজ ৰাতিৰ ফালে ৰাণুৰ টোপনি ভাঙি গ’ল৷ তাইৰ এনে লাগিল, ছাদত যেন কোনোবাই খোজ কাঢ়িছে৷ সাধাৰণ মানুহৰ খোজ নহয়, ভৰি চুঁচৰাই চুঁচৰাই কঢ়া খোজ৷ তাই ভয়াৰ্ত কণ্ঠেৰে মাত দিলে, “…হে’ৰা, হে’ৰা!” আনিছৰ টোপনি নাভাঙিল৷ বাহিৰত চিপ চিপকৈ বৰষুণ পৰিছে৷ অলপ অলপ বতাহ৷ বতাহত জামুগছৰ পাতৰ পৰা এক অদ্ভুত ধৰণৰ …

অধিক চাওক