চ’ৰাঘৰ / উপন্যাসিকা

উপন্যাসিকা

বন্দুকৰ বেৰেলত ফুলিব বকুল৷৷ টুনুজ্যোতি গগৈ৷৷

বেলতলা বজাৰ৷ মহানগৰীৰ চুকে-কোণে অলেখ শ্বপিংমল গঢ়ি উঠিলেও পৰম্পৰাগত বেলতলা বজাৰৰ গুৰুত্ব আৰু আবেদন অকণো কমি যোৱা নাই৷ বৰং আগতকৈ বাঢ়িছেহে৷ এতিয়াও হোৰাত বনৰীয়া আলু-কচু ভৰাই বেলতলা বজাৰত বেছিবলৈ আহে বুকুত মেথনি মৰা জনজাতীয় গাভৰু আৰু সেই আলু-কচু দৰাই মেলি কিনি নিয়ে জিনছ্-লেংগিছ পিন্ধা চৌখিন আধুনিকাই৷ নগৰায়নে ক্ৰমশঃ গ্ৰাস কৰিব …

অধিক চাওক