চ’ৰাঘৰ / ইত্যাদি

ইত্যাদি

লোককলাৰ বাহক ধৰণী ভাগিন৷৷ গিৰীশ্চন্দ্ৰ ভট্টাচাৰ্য্য৷৷

‘মৰিলে সকলো বস্তুৰ গাৰ পৰাই দুৰ্গন্ধ ওলায়। অতীতটোৱেই একমাত্ৰ বস্তু, যিটো মৰিলেহে তাৰপৰাসুগন্ধ ওলায়’। – এডৱাৰ্ড টমাছ জীৱনৰ বাটে-ঘাটে অগণিত মানুহ লগ পোৱা যায়। ইয়াৰে কিছুমানৰ স্মৃতি মনৰ মাজত নীৰৱে সোমাই ৰৈ যায় আৰু জীৱনৰ সুখ-দুখ-যন্ত্ৰণাৰ বিশেষ কিছুমান মুহূৰ্তত সেই ব্যক্তিসকলৰ বিমূৰ্ত প্ৰতিচ্ছবি মানস-পৰ্দাত ভাঁহি উঠে আৰু তেওঁলোকৰ অতীত স্মৃতিয়ে …

অধিক চাওক

আমি আৰু সিহঁত৷৷ কানাই গগৈ৷৷

আমিঃ যোৱা শতিকাৰ ৫০-৬০-ৰ দশকত জন্ম গ্ৰহণ কৰা আমাৰ দৰে লোকসকল বৰ্তমান জীৱনৰ বিয়লি বেলাত উপনীত হৈছে, বহুতে কৰ্মজীৱনৰ পৰা অৱসৰো লৈছে। আমাৰ প্ৰজন্মই এতিয়া পাৰ কৰি অহা দিনবোৰ চালি-জাৰি চাব পাৰে। আধুনিক শিক্ষা, অৰ্থাৎ প্ৰবাদ-ৰূপকথা, অনুমান-আন্দাজ, পূৰ্বধাৰণা-ভ্ৰান্তধাৰণা আদিৰ পৰা মুক্ত শিক্ষা ভাৰতত প্ৰথম আমাৰ প্ৰজন্মই লাভ কৰিছিল। পাঠ্যক্ৰম নতুন …

অধিক চাওক

হিন্দুত্ববাদীৰ অহৈতুকী প্ৰীতি৷৷ জিতেন বেজবৰুৱা৷৷

পাকিস্তান! পাকিস্তান! শব্দটো শুনি আপোনাৰ গাত একো ফিলিং হোৱা নাই নেকি বাৰু? পাকিস্তানক এক মামুলি বস্তু বুলি বা ‘ভাৰতৰ চুবুৰীয়া এখন দেশ আৰু’ বুলি ভাবিছে নেকি? তেন্তে আপোনাৰ গাত নিশ্চয়কৈ হিন্দুত্ববাদৰ অভাৱ ঘটিছে৷ যদি সেইটো বস্তু নাই তেন্তে আপোনাৰ লাইফত একোৱেই নাই৷ পাকিস্তানৰ মাহাত্ম্যৰ কথা আপুনি কেনেকৈ বুজিব? কেনেকৈ উপলব্ধি …

অধিক চাওক

প্ৰথম অসমীয়া আভিধানিক টেঙাই মহন৷৷ টুনুজ্যোতি গগৈ৷৷

অসমৰ ভাষা বিজ্ঞান চৰ্চা বা অভিধান প্ৰণয়নৰ ইতিহাসত টেঙাই মহন নামৰ ভাষাবিদ আৰু আভিধানিক গৰাকী ৰহস্যজনকভাৱে উপেক্ষিত হৈ থাকিলেও তাই-আহোম ভাষাটোক চলমান কৰি ৰাখিবৰ বাবে যিসকল ব্যক্তিয়ে অহোপুৰুষাৰ্থ কৰিছিল, সেইসকলৰ ভিতৰত টেঙাই মহন পণ্ডিত অন্যতম৷ আহোম সম্প্ৰদায়ৰ পুৰোহিত মহন-দেওধাই-বাইলুংসকলে অনেক প্ৰতিকুলতাৰ মাজতো তাই-আহোম ভাষাটোৰ চৰ্চা অব্যাহত ৰাখিছিল আৰু সেইসকলৰে কোনো …

অধিক চাওক

কমৰেড অনিল কুমাৰ বৰুৱাৰ জীৱনাদৰ্শ ৷৷ পূৰ্ণ কাকতি৷৷

নবীনসকলৰ জ্ঞাতাৰ্থে দুখৰ কথাষাৰ পুনঃ পুনঃ কবলগীয়া হয় যে অনিল কুমাৰ বৰুৱাক ১৯৯৮ চনৰ ১১ ফেব্ৰুৱাৰীত নাহৰকটীয়াৰ নাহৰণিত সাধাৰণ এখন মহিলাৰ নিৰ্বাচনী সভাত ভাষণ দি থাকোতে তেনেই ওচৰৰ পৰা আলফাই গুলীয়াই হত্যা কৰিছিল। সেই সময়ত তেখেত চিপিআই(এম-এল)ৰ ৰাজ্যিক সম্পাদক আছিল আৰু দলৰ হৈ ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰাৰ্থীত্ব দিছিল। সেই সময়ত …

অধিক চাওক

শ্ৰমিকৰ ছদ্মৱেশত অধ্যাপক ৷৷ পূৰ্ণ কাকতি৷৷

১৯৭৭ চন মানৰ কথা। সমাজৰ পৰিবৰ্তনৰ বাবে পথ বিচাৰি ফুৰোঁতে এক পৰিঘটনাক্ৰমে ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেনিনবাদী)ৰ লগত অনিল কুমাৰ বৰুৱাৰ যোগাযোগ হয়। ইয়াৰ আগেয়ে এই পাৰ্টিয়ে নক্সালবাৰীত কৃষক সংগ্ৰাম সংঘটিত কৰিছিল। দেশৰ বহু মেধাবী যুৱক সেই সংগ্ৰামত জপিয়াই পৰিছিল। ৰাষ্ট্ৰৰ বৰ্বৰ দমনে পাৰ্টিটো ছিন্ন-ভিন্ন কৰি দিছিল। বিভিন্ন নেতাই পাৰ্টিক পুনৰ …

অধিক চাওক

আদিবাসী সখী, দুগিলাচ তাড়ি আৰু অলপ স্মৃতি ৷৷ ৰীতা খনিকৰ৷৷

শান্তি নিকেতনত পঢ়িবলৈ যোৱাৰ পাছত পুৱাই পুৱাই দূৰ দূৰণিৰ আদিবাসী গাঁওবোৰলৈ গৈ স্কেচিং কৰাটো আমাৰ এৰাব নোৱাৰা দৈনন্দিন জীৱনৰ অংগ আছিল। তাৰ সহজ সৰল গ্ৰাম্য জীৱন, নৈসৰ্গিক দৃশ্যসমূহ, ওখ-চাপৰ বিশাল বিস্তীৰ্ণ পথাৰবোৰৰ কাষে কাষে বৈ যোৱা সৰু সৰু নদী কেইখন আমাৰ অধ্যয়নৰ বিষয়বস্তু আছিল। শীতকালত নিচেই পুৱাই সেইবোৰ গাঁৱৰ আদিবাসী …

অধিক চাওক

কিছু ব্যক্তিগত : কিছু সামাজিক ৷৷ মনোৰম গগৈ ৷৷

নিজে ভাল হোৱাৰ প্ৰথম খোজ! –দেউতা ভালে আছে? —আচুং আউ কিবাকৈ! কোননো? —মই গুৱাহাটীৰ পৰা আহিছোঁ। আপোনালোকৰ আলহী! —অ’ হয় নেকি! চকুৰে নেদেখোঁ অ’! ইয়াতে বহি আচুং! —দেউতা, আপোনাৰ বয়স এতিয়া কিমান? —-মোৰ বয়স? কিমান হ’বনো! চায়ি কুয়ি ছবছৰ কোনোমতে পা কৰিচুং আউ! —দিনটো বাৰু এনেকৈ বহি থাকে! ৰাতি টোপনি …

অধিক চাওক