চ’ৰাঘৰ / অসমীয়া প্ৰগতিশীল কবিতা

অসমীয়া প্ৰগতিশীল কবিতা

সনন্ত তাঁতিৰ তিনিটি কবিতা

মই আকৌ জী উঠিছো অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত হোৱাৰ পিচত মই আকৌ জী উঠিছো মোৰ মৃত্যু আৰু জীৱনৰ এই ৰহস্যাবৃত ঘটনাৰ পম খেদি জনৈক সাংবাদিকৰ উপৰ্যুপৰি প্ৰশ্নতো বিচলিত নহৈ মই আকৌ ৰহস্যৰ আন্ধাৰত বিলীন হৈ …

সম্পূৰ্ণকৈ পঢ়ক

হেমাংগ কুমাৰ দত্তৰ দুটি কবিতা

জনসংখ্যাই সকলো সমস্যাৰ মূল – কবিতাত এখন ৰচনা ৰুটি একে আছে ৰুটি খোৱা মানুহ কিন্তু বাঢ়ি আহিছে (কেক অৱশ্যে বাঢ়িছে হয়- পিছে ৰুটিৰ জিভাক কেক এৰি দিলে বদহজমৰ ভয়) সেইবাবে দেশৰ মানুহে দেশজুৰি মৰিশালি পাতে …

সম্পূৰ্ণকৈ পঢ়ক

ৰফিকুল হোছেইনৰ কবিতা ( অৰিন্দম বৰকটকী )

ৰফিকুল হোছেইনৰ একমাত্ৰ কাব্যসংকলন ‘শৰবিদ্ধ আকাশ’ প্ৰকাশ পোৱাৰ আজি পঁচিশ বছৰ হ’ল ৷ কবিতাসমূহৰ সাংস্কৃতিক আৰু ঐতিহাসিক গুৰুত্বই আজি এনে এক বাস্তৱ তাৎপৰ্য লাভ কৰিছে যাৰ বাবে আমি এই ৰচনাখন লিখাৰ তাড়না অনুভৱ কৰিলোঁ। কিছুদিন …

সম্পূৰ্ণকৈ পঢ়ক

অমূল্য বৰুৱাৰ দুটিমান কবিতা

কুকুৰ সউদল কুকুৰ প্ৰত্যেকটো ৰাস্তাৰ আৱৰ্জনাৰ দ’মবিলাকৰ কাষে কাষে সিহঁতৰ প্ৰত্যেকৰে মুখে মুখে ৰস নাইকিয়া শুকান একোডোখৰ জাতি-বৰ্ণ বিচাৰ নোহোৱা হাড়; নাইবা কোনোটোৰ মুখত ফুটা জোতাৰ একো টুকুৰা লেকেটা চামৰা। দুই-এটা ভাগ্যৱানৰ বাহিৰে চুৱা-পাতনিৰ ভাতৰো …

সম্পূৰ্ণকৈ পঢ়ক

হীৰেন ভট্টাচাৰ্যৰ দুটি কবিতা

প্ৰস্তাৱনা মোৰ দুহাত লোহাৰ শিকলিৰে বন্ধা৷ কেতিয়াবা ভাবোঁ খুন কৰোঁ, নাইবা নিজেই নিহত হওঁ সিহঁতৰ হাতত৷ মোৰ তেজৰ শিখাত বাৰুদ-ভৰা স্বপ্নৰ য্ন্ত্ৰণা৷ যেতিয়াই ভাবোঁ খুন কৰোঁ সিহঁতক মোৰ তেজৰ সোঁতত বাজি উঠে অস্ত্ৰৰ অনিবাৰ্য ঝন্‍ঝননি৷ …

সম্পূৰ্ণকৈ পঢ়ক

ৰুদ্ৰ সিংহ মটকৰ দুটি কবিতা

দেউতা ‘অ’-‘আ’ৰ নিচিনা মোৰ দেউতা আছিল এজন চহা খেতিয়ক ককাদেউতাৰ দিনৰে দ’ পথাৰৰ মাটি দুবিঘাৰ ‘খেতিয়কৰ সমান পৃথিৱীৰ কোনো মানুহ সুখী হ’ব নোৱাৰে খেতিয়কতকৈ পৃথিৱীৰ কোনো মানুহেই বেচি দুখী হ’ব নোৱাৰে’ বাৰান্দাৰ সেই পুৰণি চকীখনত …

সম্পূৰ্ণকৈ পঢ়ক

নলিনীধৰ ভট্টাচার্যৰ দুটি কবিতা

ইস্তাহাৰ অতীন্দ্ৰিয় প্ৰতিশ্ৰুতি সমূলি বিফল বুজি পাওঁ ইন্দ্রিয়ৰ স্বৰ গোন্ধ পাওঁ নৰকৰ, ধূসৰ মৰুৰ ঘৃণাৰ কাঁইটে বিন্ধে প্ৰেমৰ হৃদয় পদুম ফুলিব ক’ত? ধুমুহাই মোহাৰি পেলাই কপাহী মেঘৰ ৰং প্ৰেমিক পখিলা উৰি জ্বলন্ত অগ্নিত পৰে এয়েতো …

সম্পূৰ্ণকৈ পঢ়ক

অৱনী চক্ৰৱৰ্তীৰ কবিতা ( অজিত ভৰালী )

অসমীয়া সাহিত্য জগতত নিজাকৈ একোখন আসন দখল কৰিবলৈ সক্ষম হোৱা তিনিজন ব্যক্তিৰ জন্ম হৈছিল, ১৯৪৩ চনত। ব্যক্তিকেইজন কবি-গল্পকাৰ হৰেকৃষ্ণ ডেকা, কবি ৰবীন্দ্ৰ সৰকাৰ আৰু কবি অৱনী চক্ৰৱৰ্তী। ৰবীন্দ্ৰ সৰকাৰ আৰু অৱনী চক্ৰৱৰ্তী এই দুয়োগৰাকী আছিল …

সম্পূৰ্ণকৈ পঢ়ক