চ’ৰাঘৰ / অসমীয়া কাব্যধাৰা বিশেষ

অসমীয়া কাব্যধাৰা বিশেষ

ভাব বল্লৰী, মন মৰ্মৰঃ কাব্য-গদ্যৰ প্ৰথম খোজ ( সত্যেন্দ্ৰ বৰদলৈ )

সাহিত্য শব্দৰ সমাহাৰ। অথচ শব্দবিন্যাসৰ কৌশল আৰু প্ৰয়োগৰ ভিন্নতাই সাহিত্যক কৰি তুলিছে বহুধাবিভক্ত। দৰ্শন-সম্পৃক্ত ভাৰতীয় সাহিত্যত শব্দৰ ব্ৰহ্মত্ব আৰোপ কৰা হৈছিল আৰু শব্দৰ নিহিত শক্তিক সূক্ষ্মাতিসূক্ষ্ম ভাবে বিশ্লেষণ কৰি ইয়াৰ ব্যাখ্যা আগবঢ়াবলৈ যত্নপৰ হৈছিল। শব্দই …

সম্পূৰ্ণকৈ পঢ়ক

অতিথি সম্পাদকৰ কলম

বৌদ্ধিক বিচাৰ – অনলাইন আলোচনীৰ দ্বিতীয় সংখ্যাটোত অসমীয়া কবিতাৰ সাম্প্ৰতিক গতিবিধিৰ প্ৰতি বিশেষভাৱে দৃষ্টিপাত কৰি সজাই তোলাৰ সিদ্ধান্ত হোৱাত এটা সীমা নিৰ্ধাৰণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিল। এই সীমাৰেখাডাল ক’ৰপৰা টনা হ’ব সেই বিষয়ে টুনুজ্যোতি গগৈৰ সৈতে …

সম্পূৰ্ণকৈ পঢ়ক

মনমর্মৰ ( পূণ্য শইকীয়া)

১ ভবামতেই সকলো হৈছে ৷ শিলাবৃষ্টি হৈছে ৷ কুমলীয়া কলপাতবোৰ কৰকাঘাতত চিৰিলি চিৰিলি হৈছে ৷ পৃথিৱীখন বগা হৈছে- আকাশখন ক’লা ৷ দৃশ্যপট সলনি হৈছে ৷ চৰাইৰ আৰাও সলনি হৈছে ৷ এই যে ঘটনাক্ৰম- ইয়াৰ স্থায়িত্বৰ …

সম্পূৰ্ণকৈ পঢ়ক

মিতভাষঃ এক চমু অৱলোকন ( কৰবী ডেকা হাজৰিকা)

‘মিতভাষ’ অসমীয়া সাহিত্যৰ পাঠকৰ বাবে অপৰিচিত নহয়৷ নব্বৈৰ দশকৰ পৰা নগেন শইকীয়াৰ মিতভাষ ওলাইছে, আৰু ওলাই আছে৷ আলোচনী, কাকতৰ বুকুত প্ৰকাশ পোৱা এই অভিনৱ সাহিত্য-প্ৰকাৰে পাঠকৰ মনত কৌতূহলৰ সৃষ্টি কৰাৰ লগতে এক অগতানুগতিক আমেজো দান …

সম্পূৰ্ণকৈ পঢ়ক

কবিতা, অকবিতা ইত্যাদি (পুণ্য শইকীয়া)

তাহানিতে এটা বাংলা শ্ৰব্য কেছেটত এটা কৌতুক শুনা মনত পৰে। কৌতুকটোৰ মূল কথাকিটা মনত আছে। কৌতুকৰ কথকজনে উদ্বিগ্নতাৰে লালবাজাৰলৈ (পশ্চিমবংগ পুলিচ হেড কোৱাৰ্টাৰ) ফোন কৰি চিঞৰি চিঞৰি কৈছে– ‘চাৰ আপুনি ততাতৈয়াকৈ পুলিচ বাহিনী পঠিয়াওক, ৰবীন্দ্ৰনাথ …

সম্পূৰ্ণকৈ পঢ়ক

‘মিত-ভাষ’ৰ স্ৰষ্টা নগেন শইকীয়া ছাৰৰ সৈতে কথোপকথন (ডঃ স্মৃতিৰেখা চেতিয়া সন্দিকৈ)

# যোৱা ১৬ অক্টোবৰৰ পুৱা ১০ বজাত ‘বৌদ্ধিক বিচাৰ’ ই-আলোচনীৰ সম্পাদনা সমিতিৰ সিদ্ধান্তমৰ্মে শ্ৰদ্ধাৰ ডঃ নগেন শইকীয়া ছাৰৰ ঘৰত উপস্থিত হওঁ, ‘মিত-ভাষ’ সম্পৰ্কে কিছু কথা পাতিবৰ বাবে৷ ছাৰৰ স্বাস্থ্য ভাল নাছিল যদিও তেখেতে আমাক সময় …

সম্পূৰ্ণকৈ পঢ়ক

‘ভাববল্লৰী’ৰ স্ৰষ্টা পুণ্য শইকীয়াৰ সৈতে কথোপকথন (ড: ছবি গগৈ)

প্ৰশ্ন: নমস্কাৰ গ্ৰহণ কৰিব ৷ আমি জানিব খুজিছোঁ যে আপোনাৰ ‘ভাববল্লৰী’ বা ‘মনমর্মৰ’ লিখাৰ প্ৰেৰণা কি ? উত্তৰ: প্ৰেৰণাটো বুকুৰ ভিতৰৰপৰাহে আহিল ৷ মই কিবা-কিবি পৰীক্ষা-নিৰীক্ষা কৰি থাকি বৰ ভাল পাওঁ ৷ পুৰণা বাটেৰে নগৈ …

সম্পূৰ্ণকৈ পঢ়ক