চ’ৰাঘৰ / অসমত তৃতীয় বিকল্পঃ সংশয় আৰু সম্ভাৱনা

অসমত তৃতীয় বিকল্পঃ সংশয় আৰু সম্ভাৱনা

মে’ সংখ্যাৰ সম্পাদকীয়

বিকল্পৰ সন্ধানঃ বাস্তৱৰ বিড়ম্বনা বিকল্প ৰাজনীতি বুলিলে আমি কি বুজো? ইতিমধ্যে আমাৰ মাজত এনে এটা ধাৰণা সৃষ্টি কৰা হৈছে যে বিকল্প মানে এটা দলৰ সলনি আন এটা দল, এটা দলে কোৱা কথাবোৰৰ সলনি যেন অন্য …

সম্পূৰ্ণকৈ পঢ়ক

এক বিকল্পৰ ভাৱনা ( সুপ্ৰকাশ তালুকদাৰ )

বহুত ৰাজনীতিবিদে ভাবে যে ৰাজনীতিৰ জগতখন তেওঁলোকৰ নিয়ন্ত্ৰণত৷ ৰাজনৈতিক প্ৰভাৱ আৰু দলৰ সাংগঠনিক শক্তিৰ জোৰত যিকোনো পৰিস্থিতিতে ৰাজনৈতিক ক্ষেত্ৰখন নিজৰ দখলত ৰাখিব পাৰে বুলি তেওঁলোকৰ ধাৰণা৷ এনে ৰাজনীতিবিদ আৰু এনে ধাৰণা পোষণকাৰী ৰাজনৈতিক বিশেষজ্ঞসকলে কেতিয়াবা …

সম্পূৰ্ণকৈ পঢ়ক

বিকল্পৰ প্ৰয়োজনীয়তা আৰু বাস্তৱতা (কাশ্যপ চৌধুৰী)

স্বাধীনোত্তৰ ভাৰতবৰ্ষত দীৰ্ঘদিন শাসন কৰা দলটোৱেই হৈছে, কংগ্ৰেছ৷ পূৰ্বতে এই দলৰ প্ৰতি মানুহৰ আস্থা থাকিলেও পৰৱৰ্তী পৰ্যায়ত মানুহে এই দলৰ প্ৰতি বিদ্বেষ ভাব পোষণ কৰিবলৈ লয়৷ ইয়াৰ বিভিন্ন কাৰণ আছে যদিও বিশেষকৈ ইউ পি এৰ …

সম্পূৰ্ণকৈ পঢ়ক

অসমত তৃতীয় বিকল্প : সংশয় আৰু সম্ভাৱনা ( মুনিন মহন্ত)

যোৱা ২০১৬ চনৰ অসম বিধান সভাৰ নিৰ্বাচনত দুৰ্নীতিগ্ৰস্ত, ভ্ৰষ্টাচাৰী আৰু অকমৰ্ণ্য কংগ্ৰেছ চৰকাৰৰ শাসন ওফৰাই জনসাধাৰণৰ ইচ্ছা, আকাংক্ষাক মূলধন হিচাপে লৈ জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দি ভাৰতীয় জনতা দলৰ নেতৃত্বৰ মিত্ৰজোঁটে শাসন ক্ষমতা দখল কৰিলে৷ লক্ষ্যণীয় …

সম্পূৰ্ণকৈ পঢ়ক

অসমত প্ৰয়োজন এক বিকল্প ৰাজনৈতিক দলৰ ( উমেশ গগৈ )

ভাৰতৰ অংগৰাজ্য হিচাপে অসমত ভাৰতৰ প্ৰধান ৰাজনৈতিক দলসমূহৰ প্ৰায়বোৰৰে শাখা- সংগঠন আছে৷ বাঁও-সোঁ আৰু জাতীয়তাবাদী দলবোৰ থকাৰ উপৰি পুনৰ এক বিকল্প ৰাজনৈতিক দলৰ প্ৰয়োজন থাকিব পাৰে নে? এই প্ৰশ্নটো গমি চাবলৈ হলে পূৰ্বোত্তৰৰ অসম ৰাজ্যখনৰ …

সম্পূৰ্ণকৈ পঢ়ক

অস্তিত্বৰ অৱক্ষয় (জিন্টু মেচ)

ক্ৰমাগতভাৱে ধ্বংসৰ মুখলৈ গতি কৰা বিপদাপন্ন আমসীয়া জাতিৰ অস্তিত্ব কিদৰে সুৰক্ষিত হ’ব, সেই লৈ আজি জাতি আৰু মাটিৰ প্ৰতি অনুৰাগ থকা অসমৰ প্ৰতিজন ব্যক্তি উদ্বিগ্ন হৈ পৰিছে। মূলতঃ প্ৰবজন আৰু ভাৰত ৰাষ্ট্ৰৰ শোষণ-বঞ্চনাৰ ফলত সৃষ্টি হােৱা …

সম্পূৰ্ণকৈ পঢ়ক

ৰাজনৈতিক দৃষ্টিভংগীৰ পৰিৱর্তন ( ৰঞ্জিত বড়া )

পৰিচিত ৰাজনৈতিক বাতাবৰণত বা অভ্যস্ত ৰাজনৈতিক প্রক্রিয়াত ৰাজনীতি বুলিলে সংসদীয় দলীয় ৰাজনীতিৰ ধাৰণাটোৱেই আমাৰ মনলৈ আহে আৰু বিভিন্ন ৰাজনৈতিক দলৰ ৰাজনৈতিক কার্যপন্থা বা কার্যকলাপৰ কথাই ৰাজনীতিৰ সংজ্ঞা আৰু প্ৰজ্ঞা হৈ পৰে। কিন্তু, প্রচলিত ধাৰাৰ এনেধৰণৰ …

সম্পূৰ্ণকৈ পঢ়ক

অসমত তৃতীয় বিকল্পৰ সম্ভাৱনা ( টুনুজ্যোতি গগৈ )

ব্যাপক ‘পৰিৱৰ্তন’ আৰু ‘জাতি-মাটি-ভেটি’ ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে ‘শৰাইঘাটৰ শেষ যুদ্ধ’ত অৱতীৰ্ণ হৈ শাসনৰ বাঘজৰী ধৰিবলৈ সুবিধা পোৱা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে এবছৰীয়া কাৰ্যকালতে ইটোৰ পাছত সিটো জনবিৰোধী সিদ্ধান্ত গ্ৰহণেৰে নিজৰ মিথ্যাচাৰী আৰু ভ্ৰষ্টাচাৰী চৰিত্ৰ উদঙাই দিছে৷ …

সম্পূৰ্ণকৈ পঢ়ক