কিছুদিনৰ আগতে বিবিচিৰ তথ্যচিত্ৰ খনক কেব্দ্ৰ কৰি আৰম্ভ হোৱা বিতৰ্কই অসমীয়া জাতি আৰু অসমত পোৱা কিছুমান জীৱ-জন্তুৰ মাজৰ আন্তঃসম্পৰ্কৰ ধাৰণাৰ বিষয়ে ভৱাৰ সুযোগ দিছিল। কিলিং ফৰ কঞ্জাৰভেছন নামৰ তথ্যচিত্ৰ খনৰ প্ৰাৰম্ভিক প্ৰবন্ধ ” Kaziranga The Park that shoots people to protect rhinos ” ত বিবিচিৰ সাংবাদিক জনে অভিযোগ উত্থাপন কৰে …
অধিক চাওকপৰম্পৰাৰ বৈচিত্ৰ্য বনাম ব্ৰাহ্মণ পৰম্পৰা ( দিশাঙ্ক গগৈ)
ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যময় দেশ। সংগীত, খাদ্য, বস্ত্ৰৰ পৰা আৰম্ভ কৰি গীত-নৃত্যলৈকে বিভিন্ন ধৰণৰ পৰম্পৰা ভাৰতত বিয়পি আছে। ৰবাৰ্ট ৰেডফিল্ড নামৰ এগৰাকী বিশিষ্ট সমাজবৈজ্ঞানিকৰ ভাষাত এই পৰম্পৰাৰ সমহাৰক দুভাগত ভগাব পাৰি,- ক্ষুদ্ৰ পৰম্পৰা আৰু বৃহৎ পৰম্পৰা। ক্ষুদ্ৰ পৰম্পৰা হৈছে লোককথা, স্থানীয় ৰীতি আৰু চিন্তাধাৰাসমূহ। আনহাতে, বৃহৎ পৰম্পৰা হৈছে সম্ভ্ৰান্ত শিক্ষিত লোকৰ …
অধিক চাওকঅসমত বিজেপিৰ উত্থানৰ ইতিহাস আৰু প্ৰচাৰ কৌশল ( সমুদ্ৰ শংখ গগৈ )
এই লিখনিৰ দ্বাৰা মই ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটোক গালি পাৰি আঁতৰাই দিয়াৰ দিশ দেখুৱাব বিচৰা নাই। সেই কামটো লোকতান্ত্ৰিক ব্যৱস্থাই সময় মতে কৰি আহিছে আৰু কৰি যাব। ইতিহাস ইয়াৰ সাক্ষী। কথাটো হ’ল, ভাৰতৰ এই গণতান্ত্ৰিক ব্যৱস্থাৰ সহায়েৰে উঠি অহা ভাৰতীয় জনতা পাৰ্টিৰ অগণতান্ত্ৰিক কাৰ্যকলাপ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পৃষ্ঠপোষকতাত জন্ম লাভ কৰা …
অধিক চাওকঅসমৰ লোক সংস্কৃতি আৰু ধৰ্মীয় সম্প্ৰীতি ( মঞ্জিতা শইকীয়া )
সংস্কৃতি এটা জাতিৰ জাতীয় জীৱনৰ বোৱতী সুঁতি। সংস্কৃতি পদটো সংস্কাৰৰ লগত জড়িত, যাৰ সংস্কাৰ হৈছে সেয়ে সংস্কৃতি। সংস্কৃতি শব্দই জনপ্ৰিয়তা পোৱাৰ আগতে কৃষ্টি শব্দ ব্যৱহাৰ হৈছিল। কৃষ্টি শব্দ ইংৰাজী culture শব্দৰ সমপৰ্যায়ৰ। নৃতত্ববিদ এডৱাৰ্ড বাৰ্নেট টাইলাৰে culture শব্দটোৰ ব্যাখ্যা আগবঢ়াইছে এনেদৰে– সমাজ অংগীভূত সদস্য ৰূপে মানৱে আহৰণ কৰা জ্ঞান ,বিশ্বাস …
অধিক চাওকদয়ালকৰণ অভিযান ! ( চেমবাচ গগই )
প্ৰথমতে শুনিলো, অসমত কেইখনমান আদৰ্শ চৰকাৰী মহাবিদ্যালয় স্থাপন হ’ব৷ সংখ্যাটো দহ নে বাৰ হ’ব বুলি শুনা গৈছিল৷ মাজতে শুনিলো যে মুঠ বাইশখন আদৰ্শ মহাবিদ্যালয় হ’ব৷ ইতিমধ্যে পাঁচখন স্থাপন হৈয়ে গ’ল৷ শেহতীয়া খবৰ মতে ৰাজ্যখনত বাইশখনৰো অধিক মহাবিদ্যালয় স্থাপন কৰিব৷ আচল সংখ্যাটো এতিয়া ঠাৱৰ কৰা মস্কিল৷ নকলেও হ’ব নে এই মহাবিদ্যালয়বিলাক স্থাপন …
অধিক চাওকসাম্প্ৰদায়িকতাৰ আগ্ৰাসন আৰু নাৰী সমাজ ( গীতালী বৰপাত্ৰগোঁহাই )
“মহিলা সমাজ এখন আৰ এছ এছৰ প্ৰধান টাৰ্গেট” – এই কথাষাৰি গৌতম ৰয় নামৰ পশ্চিমবংগৰ এজন লেখকে এটা ব্লগত লিখা কথা। ৰয়ে লিখিছে যে কেন্দ্ৰত নৰেন্দ্ৰ মোডী চৰকাৰৰ ম্যাদ তিনিবছৰ অতিক্ৰম হোৱাৰ সময়ত আৰ এছ এছে ইয়াৰ শাখা সংগঠন ‘ৰাষ্ট্ৰ সেৱিকা সমিতি’ক বিশেষভাৱে সক্ৰিয় কৰি তোলাৰ লক্ষ্যৰে কৰ্মসূচী হাতত লৈছে। …
অধিক চাওকবিকল্প ৰাজনীতিৰ প্ৰসংগত ( জিতেন বেজবৰুৱা )
এতিয়া আৰএছএছ-বিজেপিৰ ৰাজনীতিৰ সমালোচনা কৰিলেই বিকল্পৰ প্ৰশ্নটো আহি পৰে। আমি লেখা-মেলা কৰোতে বহু সময়ত প্ৰশ্নৰ সন্মুখীন হওঁ, বিকল্প ৰাজনীতিৰ কথাটো স্পষ্টভাৱে আলোচনা কিয় কৰা নাই বুলি। আচলতে বিকল্প ৰাজনীতিৰ কথাহে আমি ক’ব বিচাৰো, বিকল্প ৰাজনৈতিক দলৰ কথা নহয়। সঁচা কথা ক’বলৈ গ’লে, এতিয়া বিজেপিৰ বিপৰীতে সমৰ্থন কৰিব পৰা কোনো ৰাজনৈতিক …
অধিক চাওকঅসমৰ সাম্প্ৰদায়িক সম্প্ৰীতি: এক ঐতিহাসিক বিচাৰ ( সৌৰভ শইকীয়া )
খৃষ্ট্ৰীয় চতুৰ্থ শতিকামানৰ পৰাহে অসমৰ প্ৰামাণ্য ইতিহাস পোৱা যায়। তাৰ আগৰ ইতিহাস মানে মুখে মুখে চলি অহা আখ্যান। গতিকে আমাৰ আলোচনাৰ পৰিধিও চতুৰ্থ শতিকাৰ পৰাহে আৰম্ভ হ’ব। অসমীয়া সমাজ সদায় এখন শুদ্ধ অনাৰ্য সমাজ আছিল। সংস্কৃতকৰণ প্ৰক্ৰিয়া আৰু প্ৰাচীন অসম (কামৰূপ)ৰ ৰজাসকলে লোৱা “অগ্ৰহাৰ ভূমি দান” নীতিৰ ফলত অসমলৈ ব্ৰাহ্মণ্যবাদী …
অধিক চাওক