চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা (পৃষ্ঠা 22)

অতিথি সম্পাদকৰ চ’ৰা

কবিতা, অকবিতা ইত্যাদি (পুণ্য শইকীয়া)

তাহানিতে এটা বাংলা শ্ৰব্য কেছেটত এটা কৌতুক শুনা মনত পৰে। কৌতুকটোৰ মূল কথাকিটা মনত আছে। কৌতুকৰ কথকজনে উদ্বিগ্নতাৰে লালবাজাৰলৈ (পশ্চিমবংগ পুলিচ হেড কোৱাৰ্টাৰ) ফোন কৰি চিঞৰি চিঞৰি কৈছে– ‘চাৰ আপুনি ততাতৈয়াকৈ পুলিচ বাহিনী পঠিয়াওক, ৰবীন্দ্ৰনাথ মহা সংকটত পৰিছে তেওঁক সোনকালে উদ্ধাৰ কৰিব লাগে।’ কথকজনৰ মতে, ৰবীন্দ্ৰ নাথৰ সংকটটো হ’ল কবিগুৰুৰ …

অধিক চাওক

‘মিত-ভাষ’ৰ স্ৰষ্টা নগেন শইকীয়া ছাৰৰ সৈতে কথোপকথন (ডঃ স্মৃতিৰেখা চেতিয়া সন্দিকৈ)

# যোৱা ১৬ অক্টোবৰৰ পুৱা ১০ বজাত ‘বৌদ্ধিক বিচাৰ’ ই-আলোচনীৰ সম্পাদনা সমিতিৰ সিদ্ধান্তমৰ্মে শ্ৰদ্ধাৰ ডঃ নগেন শইকীয়া ছাৰৰ ঘৰত উপস্থিত হওঁ, ‘মিত-ভাষ’ সম্পৰ্কে কিছু কথা পাতিবৰ বাবে৷ ছাৰৰ স্বাস্থ্য ভাল নাছিল যদিও তেখেতে আমাক সময় দিলে৷ তেখেতৰ আশু আৰোগ্য, সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো৷ # ১. ছাৰ আপুনি মিত-ভাষ লিখিবলৈ …

অধিক চাওক

‘ভাববল্লৰী’ৰ স্ৰষ্টা পুণ্য শইকীয়াৰ সৈতে কথোপকথন (ড: ছবি গগৈ)

প্ৰশ্ন: নমস্কাৰ গ্ৰহণ কৰিব ৷ আমি জানিব খুজিছোঁ যে আপোনাৰ ‘ভাববল্লৰী’ বা ‘মনমর্মৰ’ লিখাৰ প্ৰেৰণা কি ? উত্তৰ: প্ৰেৰণাটো বুকুৰ ভিতৰৰপৰাহে আহিল ৷ মই কিবা-কিবি পৰীক্ষা-নিৰীক্ষা কৰি থাকি বৰ ভাল পাওঁ ৷ পুৰণা বাটেৰে নগৈ নতুন বাট এটা চিকুণাই ল’বলৈ চেষ্টা কৰোঁ ৷ প্ৰকাশভংগীটো কবিতাই থাকিল, লিখনভংগীটো সলাই দিলোঁ- ইমানেই …

অধিক চাওক