চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা (পৃষ্ঠা 19)

অতিথি সম্পাদকৰ চ’ৰা

মিতভাষঃ এক চমু অৱলোকন ( কৰবী ডেকা হাজৰিকা)

‘মিতভাষ’ অসমীয়া সাহিত্যৰ পাঠকৰ বাবে অপৰিচিত নহয়৷ নব্বৈৰ দশকৰ পৰা নগেন শইকীয়াৰ মিতভাষ ওলাইছে, আৰু ওলাই আছে৷ আলোচনী, কাকতৰ বুকুত প্ৰকাশ পোৱা এই অভিনৱ সাহিত্য-প্ৰকাৰে পাঠকৰ মনত কৌতূহলৰ সৃষ্টি কৰাৰ লগতে এক অগতানুগতিক আমেজো দান …

সম্পূৰ্ণকৈ পঢ়ক

কবিতা, অকবিতা ইত্যাদি (পুণ্য শইকীয়া)

তাহানিতে এটা বাংলা শ্ৰব্য কেছেটত এটা কৌতুক শুনা মনত পৰে। কৌতুকটোৰ মূল কথাকিটা মনত আছে। কৌতুকৰ কথকজনে উদ্বিগ্নতাৰে লালবাজাৰলৈ (পশ্চিমবংগ পুলিচ হেড কোৱাৰ্টাৰ) ফোন কৰি চিঞৰি চিঞৰি কৈছে– ‘চাৰ আপুনি ততাতৈয়াকৈ পুলিচ বাহিনী পঠিয়াওক, ৰবীন্দ্ৰনাথ …

সম্পূৰ্ণকৈ পঢ়ক

‘মিত-ভাষ’ৰ স্ৰষ্টা নগেন শইকীয়া ছাৰৰ সৈতে কথোপকথন (ডঃ স্মৃতিৰেখা চেতিয়া সন্দিকৈ)

# যোৱা ১৬ অক্টোবৰৰ পুৱা ১০ বজাত ‘বৌদ্ধিক বিচাৰ’ ই-আলোচনীৰ সম্পাদনা সমিতিৰ সিদ্ধান্তমৰ্মে শ্ৰদ্ধাৰ ডঃ নগেন শইকীয়া ছাৰৰ ঘৰত উপস্থিত হওঁ, ‘মিত-ভাষ’ সম্পৰ্কে কিছু কথা পাতিবৰ বাবে৷ ছাৰৰ স্বাস্থ্য ভাল নাছিল যদিও তেখেতে আমাক সময় …

সম্পূৰ্ণকৈ পঢ়ক

‘ভাববল্লৰী’ৰ স্ৰষ্টা পুণ্য শইকীয়াৰ সৈতে কথোপকথন (ড: ছবি গগৈ)

প্ৰশ্ন: নমস্কাৰ গ্ৰহণ কৰিব ৷ আমি জানিব খুজিছোঁ যে আপোনাৰ ‘ভাববল্লৰী’ বা ‘মনমর্মৰ’ লিখাৰ প্ৰেৰণা কি ? উত্তৰ: প্ৰেৰণাটো বুকুৰ ভিতৰৰপৰাহে আহিল ৷ মই কিবা-কিবি পৰীক্ষা-নিৰীক্ষা কৰি থাকি বৰ ভাল পাওঁ ৷ পুৰণা বাটেৰে নগৈ …

সম্পূৰ্ণকৈ পঢ়ক