চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / জননেতা ভীমবৰ দেউৰী বিশেষ

জননেতা ভীমবৰ দেউৰী বিশেষ

ভীমবৰ দেউৰী : চমু জীৱন পঞ্জী ( ইন্দিবৰ দেউৰী )

১৯০৩ চন: জন্ম মে মাহৰ ১৬ তাৰিখে । পিতৃ গদৰা ওৰফে গদৰাম দেউৰী আৰু মাতৃ বাজং ওৰফে বাজতি দেউৰী । দেউৰী জনগোষ্ঠীৰ বৰগঞা খেলৰ পুৰণি শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰৰ পূজাৰী বৰদেউৰী বংশৰ । পিতৃ আছিল মজলীয়া …

সম্পূৰ্ণকৈ পঢ়ক

অসমৰ ত্ৰাণকৰ্তাৰ ৰূপত জননেতা ভীমবৰ দেউৰী ( ডাঃ অনিল ভৰালী )

ভীমবৰ দেউৰীৰ ঐতিহাসিক ভূমিকাৰ সৰ্ম্পকে ক’বলৈ যাওঁতে পাঠকৰ ওচৰত নিবেদন কৰো, তেওঁলোকে যাতে ন’বেল বঁটা বিজয়ী এমেৰিকাৰ অৰ্থনীতিবিদ জচেফ ষ্টীগলিট্জে অলপতে “How Inequality is killing the Americans Dream…..what we can do about it.” প্ৰৱন্ধটি বিবেচনালৈ …

সম্পূৰ্ণকৈ পঢ়ক

ভীমবৰ দেউৰী আৰু অসমৰ জাতি সমস্যাত এভুমুকি ( ড° পৰমানন্দ মজুমদাৰ )

(১) ভীমবৰ দেউৰীক অসমৰ আজি প্ৰজন্মই নেজানে৷ তেওঁ ঢুকোৱা অৰ্ধশতিকা পাৰ হৈ গ’ল৷ ১৯০৩ চনৰ পৰা ১৯৪৭ চনলৈ মাথোঁ ৪৪ টা বসন্তৰ নাতিদীৰ্ঘ তেওঁৰ জীৱন কালত তেওঁ লোৱা ভূমিকাই অসমীয়া জাতিৰ কলিজাক স্পৰ্শ কৰি গৈছিল৷ …

সম্পূৰ্ণকৈ পঢ়ক

আজিৰ জাতি-জনগোষ্ঠীগত সমস্যাৰ পটভূমিঃ ‘চেকচনেল’ নেতা নহয়, ভীমবৰ দেউৰী সমগ্ৰ অসমৰে নেতা ( দ° দেৱব্ৰত শৰ্মা )

‘Re: Dining arrangement for tribal boys in hostel 18-6-1941 Srijut Bhimbor Deori asked: 52. will government be pleased- a) to state in which of the government and aided High School hostels of the Assam Valley …

সম্পূৰ্ণকৈ পঢ়ক

ভীমবৰ দেউৰী আৰু অসমৰ জনগোষ্ঠীগত আন্দোলনঃ পটভূমিত আলোকপাত ( ড° হীৰেন গোহাঁই)

নানা কাৰণত অসমত ব্ৰিটিছ শাসনৰ সময়ৰে পৰা জনগোষ্ঠীগত আন্দোলন হৈ আছে৷ সম্প্ৰতি যদিও সেইবিলাক আন্দোলনৰ বিষয়ে আগতকৈ বিস্তাৰিত আৰু সমৃদ্ধ আলোচনা হৈছে, তথাপি দুই-এক ব্যতিক্ৰম বাদ দিলে সেই আলোচনা সমূহত বৃটিছ যুগতকৈ গভীৰতৰ ধ্যান ধাৰণাৰ …

সম্পূৰ্ণকৈ পঢ়ক

ভীমবৰ দেউৰীৰ অভিভাষণৰ নিৰ্বাচিত অংশ

(১৯৪১ চনৰ ৮ নৱেম্বৰ তাৰিখে মটক লীগৰ চাবুৱা সন্মিলনৰ সভাপতি অভিভাষণৰ নিৰ্বাচিত অংশ) মানুহৰ পিয়ল ভৱিষ্যৎ শাসন তন্ত্ৰঃ আপোনালোকক ১৯৪১ চনৰ মানুহ পিয়লত সুকীয়া সম্প্ৰদায় বা জাতি হিচাবে দেখুওৱালেই যে আপোনালোকে ৰজাঘৰত সুকীয়া সুবিধাবিলাকৰ গৰাকী …

সম্পূৰ্ণকৈ পঢ়ক

অতিথি সম্পাদকৰ কলম (প্ৰাঞ্জল দেউৰী )

“হিন্দু মহা-সভাৰ পক্ষৰ পৰা ভাৰতৰ আন প্ৰদেশত প্ৰচাৰ কৰি জাকে জাকে বিদেশী হিন্দু মানুহ আনি অসমৰ খালি মাটিবিলাকত ভৰাই দিয়া হওক বুলি প্ৰস্তাৱ কৰা হৈছে।ইয়াৰ অৰ্থ হৈছে যে তেওঁলোকে ১৯৩৮ চনৰ পহিলা জানুৱাৰী পাছত অহা …

সম্পূৰ্ণকৈ পঢ়ক

জননেতা ভীমবৰ দেউৰীৰ দূৰদৃষ্টি ( উদয়াদিত্য ভৰালী )

মানুহ মাথোন “সামাজিক জীৱ”ই নহয়, লগতে ‘‘ৰাজনৈতিক জীৱ”ও৷ সমাজ নোহোৱাকৈ মানুহ যেনেকৈ চলিব নোৱাৰে, তেনেকৈয়ে ৰাজনীতিহীন সমাজো থাকিব নোৱাৰে৷ সমাজৰ চৰিত্ৰ গণকল্যাণমুখী নহ’লে সেই সমাজৰ সাধাৰণ ৰাইজৰ জীৱন সমৃদ্ধিময়, শান্তিময়, প্ৰগতিময় হোৱটো সম্ভৱ নহয় আৰু …

সম্পূৰ্ণকৈ পঢ়ক